October 26, 2025 6:49 PM
119
উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয়ত শক্তিশালী ভূমিকা ল’ব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত মন্তব্য কৰে
ভাৰতৰ কফিৰ জনপ্রিয়তা বর্তমান বিশ্বজুৰি বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলতো সম্প্রতি কফি খেতি জনপ্রিয় হৈছে আৰু উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয় শক্তিশালী কৰাত ভূমিকা ল'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইদৰে কয়। প্রধানমন্ত্রীয়ে ষট্ পূজাৰ কথা উল্লেখ কৰি কয়, যে এই উৎসৱ হৈছে সংস্কৃতি, প্রকৃতি আৰু সমাজৰ গভীৰ একতাৰ প্ৰতিফলন। তেওঁ সমগ্র দেশবাসী, বিশেষকৈ বিহাৰ, ঝাৰখণ্ড আৰু পূৰ্বাঞ্চলৰ লোকসকলক ষট্ পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শ্রীমোদীয়ে অপাৰেচন সিন...