March 31, 2024 7:43 PM

views 80

দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন

বিগত বছৰৰ দৰে আজি কামৰূপ জিলা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি আৰু কামৰূপ জিলাৰ পৰ্যটন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। তদুপৰি জিলা দিৱসৰ কাৰ্যসূচীত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদান প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টিৰ বাবে শুভংকৰ আৰু সংগীত উন্মোচনৰ লগতে ব্ৰেণ...

March 27, 2024 6:01 PM

views 91

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা বিজেপিকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী কেশৱ মহন্ত আৰু সমৰ্থকৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰি তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷ ১০ নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত অন্তিম দিনা ৯ গ...