July 21, 2026 7:12 PM

views 14

গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৌশিক ৰায়ৰ বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগে’ট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা-নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাষণ প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয়, যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোকনিৰ্মাণ আদিৰ প্ৰতিটো ব...

July 16, 2026 11:44 AM

views 11

আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত ধান ক্রয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ

ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্রয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে, তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে, সুলভ মূল্যৰ...

July 15, 2026 11:54 AM

views 11

অম্ৰুত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অম্ৰুত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অম্ৰুত অসমৰ পৰিচালন সঞ্চালক সম্প্রীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সুত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰীৰায়ে অম্ৰুত প্ৰথম পৰ্যায়ৰ আঁচনিৰ অধীনত পানীযোগান প্রকল্প...