July 3, 2026 10:56 AM

views 22

সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা নৰেন্দ্ৰ মোদী আৰু ছনাএয়ে টাকাইচিয়ৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী ছনাএয়ে টাকাইচিয়ে পাকিস্তানে সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱাবছৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা ১০ নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে । প্ৰধানমন্ত্রীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাস...

June 30, 2026 7:56 PM

views 15

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে জাপানৰ প্ৰধানমন্ত্রীৰ ভাৰতলৈ আগমণ

জাপানৰ প্ৰধানমন্ত্রী চানায়ে তাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জানিবলৈ দিছে যে, এই সন্মিলনে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্য্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত-বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা তাকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। নেতা ...

June 26, 2026 8:32 PM

views 18

১ জুলাইৰ পৰা ৩ জুলাইলৈ ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে

জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইচিয়ে ষষ্ঠদশ ভাৰত-জাপান বার্ষিক সন্মিলনত অংশ লবলৈ ১ জুলাইৰ পৰা ৩ জুলাইলৈ নতুন দিল্লী ভ্রমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি সন্মিলনখনে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত বিনিময় কৰাৰ সুযোগ প্রদান কৰিব। এয়া হ'ব জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিৰ প্ৰথমটো ভাৰত ভ্ৰমণ। যোৱা বছৰৰ আগষ্টত অনুষ্ঠিত হোৱা পঞ্চদশ ভাৰত-জাপান বার্ষিক সম্মিলনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে টক...