April 6, 2025 9:13 PM

views 38

ইজৰাইলত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ অব্যাহত

ইজৰাইলত হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে। গাজাত থকা পণবন্দীসকলৰ মুক্তিৰ বাবে চৰকাৰক হামাছৰ সৈতে আলোচনা কৰিবলৈ ইজৰাইলী লোকসকলে আহ্বান জনাইছে। যোৱা ১৮ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হোৱা ইজৰাইলী সামৰিক অভিযানে পণবন্দীসকলক বিপদত পেলাব পাৰে বুলি ইজৰাইলী লোকসকলে উদ্বেগ প্রকাশ কৰিছে। গাজাৰ স্বাস্থ্য খণ্ডই যোৱা ২৪ ঘণ্টাত ৬০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে কাইলৈ হোৱাইট হাউচ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে, য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে গাজাৰ যুদ্ধবিৰতিৰ কথা...

January 4, 2025 5:55 PM

views 47

গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে দোহাত ইজৰাইলৰে পৰোক্ষ আলোচনা আৰম্ভ হৈছে : হামাছ

গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে কাৰ্টাৰৰ দোহাত ইজৰাইলৰ সৈতে পৰোক্ষ আলোচনা আৰম্ভ হোৱা বুলি হামাছে নিশ্চিত কৰিছে। হামাছে এটা বিবৃতিত কয় যে শেহতীয়া আলোচনাত স্থায়ী যুদ্ধ বিৰতি স্থাপন আৰু গাজাৰ পৰা ইজৰাইলী বাহিনীৰ প্ৰত্যাহাৰ নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি স্থানচ্যুত পেলেষ্টাইনীসকলক নিৰাপদে আৰু সুকলমে ঘুৰি অহাৰ সুবিধা প্ৰদান কৰা। বৃস্পতিবাৰে ইজৰাইল কৰ্তৃপক্ষই কয় যে যুদ্ধবিৰতি আলোচনাৰ বাবে দোহালৈ এটা প্ৰতিনিধিৰ দল প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে দেশখনৰ প্ৰধ...

September 22, 2024 6:42 PM

views 50

ইজৰাইলৰ বিমান আক্রমণত উত্তৰ গাজাৰ এখন বিদ্যালয়ত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু

উত্তৰ গাজাৰ এখন এখন বিদ্যালয়ত কালি ইজৰাইলে বিমান আক্রমণ কৰাৰ ফলত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি গাজা চহৰৰ জেইটোন এলেকাত হোৱা এই আক্ৰমণত আন ৩০ জন লোক আহত হয়। ইফালে ইজৰাইল সেনাই, বিদ্যালয়খনৰ পৰা পূৰ্বে পৰিচালিত হোৱা হামাছ কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল বুলি প্ৰকাশ কৰিছে। অৱশ্যে হামাছে বিদ্যালয় বা আন অসামৰিক স্থানসমূহ সামৰিক কাৰ্যকলাপত ব্যৱহাৰ কৰাৰ বিষয়টো অস্বীকাৰ কৰিছে।

September 2, 2024 3:46 PM

views 72

প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত হাজাৰৰো অধিক লোকৰ প্ৰতিবাদ

গাজাত পণবন্দী হৈ থকা লোকসকল সুকলমে ঘূৰি আহিবৰ বাবে প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত কালি সমগ্ৰ ইজৰাইলতে হাজাৰৰো অধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে পণবন্দী হৈ থকা ছজন লোকৰ উদ্ধাৰ কৰা বুলি কালি পুৱা ঘোষণা কৰাৰ পাছত এই প্রতিবাদ আৰম্ভ হয়। ৰাতিলৈকে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। টেল আভিভত থকা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখ্য কাৰ্যালয় থকা কিৰিয়া সামৰিক ছাউনীৰ বাহিৰত ভালেমান প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত...