July 29, 2026 2:45 PM

views 40

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসঃ ‘বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশ ভাৰতত আছে’- প্ৰধানমন্ত্ৰী মোদী

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে বন্যপ্রাণী প্রেমীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰী ৰাধাকৃষ্ণণে কয়, যে ভাৰতত বাঘৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। এই সফলতাৰ আঁৰত ব্যাঘ্ৰ সংৰক্ষণস্থলী উন্নীতকৰণ, বিজ্ঞানসন্মত নিৰীক্ষণ, চোৰাং চিকাৰ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে বন...

July 29, 2026 2:38 PM

views 24

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে আৰু ২০০৭ চনত কাজিৰঙাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰে৷ মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তর্জাতিক ব্যাঘ্র দিৱস পালন কৰা হৈছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কে...

July 29, 2024 1:01 PM

views 42

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্রাণী নিধিৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান বাঘৰ সংখ্যা স্থিৰ হৈ আছে অথবা বৃদ্ধি পাইছে। বিশ্বৰ মুঠ বাঘৰ ৮০ শতাংশই পোৱা যায় ভাৰতত। উল্লেখযোগ্য যে, প্রজেক্ট টাইগাৰৰ অংশ হিচাপে ১৯৭৩ চনত ভাৰতৰ ব্যাঘ্র অভয়াৰণ্য স্থাপন কৰা হৈছিল ৷

July 28, 2024 6:54 PM

views 74

দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বৰ্ধিত সংঘাতত প্ৰধানমন্ত্ৰীৰ উদ্বিগ্নতা প্রকাশ

কাইলৈ সমগ্ৰ বিশ্বতে আন্তর্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হব। এই সন্দৰ্ভত আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বাঘ ভাৰতীয় সংস্কৃতিৰ অপৰিহাৰ্য্য অংশ হিচাপে বিবেচিত হৈ আহিছে আৰু অৰণ্যৰে পৰিবেষ্টিত গাওঁসমূহত বাস কৰা লোকসকলে বাঘৰ সৈতে কিদৰে সমন্বয়ৰে বাস কৰিব পাৰি সেয়া ভালদৰে জানে। তেওঁ দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বাঢ়ি অহা সংঘাতত উদ্বিগ্নতা প্রকাশ কৰে। বাঘ আৰু মানুহৰ মাজত সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত ৰাজস্থানৰ কুলহাৰী বেণ্ড পঞ্চায়তে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কথা উল্লেখ ক...