July 12, 2026 12:03 PM

views 2

পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ইংলেন্ডে ভাৰতক ৫৬ ৰানত পৰাস্ত কৰে

ইংলেন্ডে যোৱানিশা ছাউডাম্পটনত অনুষ্ঠিত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ৫৬ ৰানত পৰাস্ত কৰি ৪-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে ২৫৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২৫৭ ৰান কৰে। জজ ৱাটলাৰক প্লেয়াৰ অব দ্যা ছিৰিজ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰা হৈছিল।

July 28, 2025 10:37 AM

views 50

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচ ড্র’

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ'ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচ ড্র' হয়। চতুৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে ৩৫৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পাছতে ইংলেণ্ডে প্রথম ইনিংছত ৬৬৯ ৰাণ সংগ্ৰহ কৰি ৩১১ ৰাণৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় ইনিংছত টীম ইণ্ডিয়াই চাৰিটা উইকেটৰ বিনিময়ত ৪২৫ ৰাণ কৰে। খেলখনত ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাই উৎকৃষ্ট খেল প্ৰদৰ্শন কৰে আৰু দুয়োজনে শতকীয় ইনিংছ খেলে। ৱাশ্বিংটন সুন্দৰে ২০৬টা বলত অপৰাজেয় ১০১ ৰাণ সংগ্ৰহ কৰি খেলি আছিল আৰু জাদেজাই ১৮৫টা বলত ১০৭ ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ...

July 26, 2025 10:50 AM

views 39

ইংলেণ্ডৰ জ’ ৰুটৰ ২৪৮টা বলত ১৫০ ৰান কৰি টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপে পৰিগণিত

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ৭টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৪৪ ৰানৰ পৰা আজি ইংলেণ্ডে চতুর্থ দিনা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। দলটোৱে কালি ১৮৬ ৰানৰ অগ্ৰগতি লাভ কৰি আছিল। কালি খেল সামৰণি কৰাৰ সময়ত বেন ষ্টকছ আৰু লিয়াম ড’ছনে বেট ধৰি আছিল। ইংলেণ্ডৰ তাৰকা খেলুৱৈ জ’ ৰুটে ২৪৮টা বলত ১৫০ ৰান কৰি টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ৰিকি পইণ্টিঙৰ ১৩,৩৭৮ ৰান অভিলেখো ভংগ কৰে৷ এই পাঁচখনীয়া খেলৰ...

June 20, 2025 11:43 AM

views 48

ভাৰত-ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফীৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি আৰম্ভ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী ৫ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লীডছৰ হেডিংলি ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্রমণেৰে শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলে নতুন অধ্যায়ৰ পাতনি মেলিব। প্ৰথমখন খেল আৰম্ভ হোৱাৰ পূৰ্বে উপ-অধিনায়ক ঋষভ পণ্টে কয়, যে অধিনায়ক গীলৰ সৈতে খেল পথাৰৰ বাহিৰৰ মিত্ৰতাই এই শৃংখলাত সহায় কৰিব । বিৰাট কোহলী আৰু ৰোহিত শৰ্ম...