July 15, 2025 12:35 PM

views 62

সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱা বক্তব্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে। অৱশ্যে এই ক্ষেত্ৰত নাগৰিকৰ বাক্ স্বাধীনতা যাতে খর্ব নহয়, সেয়া নিশ্চিত কৰিবলৈও ন্যায়ালয়ে নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্না আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ঘৃণাসূচক বক্তব্য দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি সাধাৰণ নাগৰিকে বাক্ স্বাধীনতাৰ মূল্য বুজি পোৱা উচিত বুলিও ন্যায়াধীশ দ...

May 27, 2025 8:33 PM

views 55

বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ সন্দৰ্ভত কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ প্ৰতিৰোধ আইনৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰে। বিৰোধী নেতা ৰাহুল গান্ধীৰ মন্তব্যই চাৱাৰকাৰক অপমান কৰা বুলি উল্লেখ কৰি আবেদনকাৰীগৰাকীয়ে গান্ধীৰ মন্তব্যই স্বাধীনতা সংগ্রামীসকলক অসম্মান কৰাৰ লগতে নতুন প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি দাবী কৰিছিল। গান্ধীৰ মন্তব্যই মৌলিক কৰ্তব্য উলংঘা কৰাৰ লগতে দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যক আঘাত হনা বুলিও আবেদনকাৰীয়ে দাবী কৰিছিল। ভাৰতৰ ম...

May 22, 2025 8:18 PM

views 59

১৩ গৰাকী নিলম্বিত ৰাজপত্রিত বিষয়াৰ এখন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ে ১৩গৰাকী নিলম্বিত ৰাজপত্রিত বিষয়াৰ এখন আবেদন খাৰিজ কৰিছে। পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ অনুসন্ধান প্ৰক্ৰিয়া আৰু গোটটোৱে দাখিল কৰা পৰিপূৰক অভিযোগনামাক প্ৰত্যাহ্বান জনাই এই বিষয়াকেইগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ৰাজেশ বিন্দালৰ বিচাৰপীঠে অভিযুক্ত বিষয়াকেইজনৰ আবেদন খাৰিজ কৰে। ইয়াৰ লগে লগে এই বিষয়াসকল বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাটো নিশ্...

March 18, 2025 12:18 PM

views 68

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ জাননী জাৰি

উজনি অসমৰ চাৰিখন জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আৰু এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত ২০০৪ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ৫০০ কোটি টকাৰ অপব্যৱহাৰ হোৱা বুলি নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে দিয়া প্ৰতিবেদনৰ ভিত্তিত আমগুৰি নৱনিৰ্মাণ সমিতিয়ে ইয়াৰ তদন্ত বিচাৰি ৰাজহুৱা স্বার্থ জড়িত আবে...

October 4, 2024 7:42 PM

views 76

১৪টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলৰ ১৪ টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ দিছে। এগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে ১৪টাকৈ পদ বাচনিৰ তালিকা বাতিল কৰি নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। লোকসেৱা আয়োগে ২০১২ চনত স্বাস্থ্য বিভাগৰ অধীনত ১৪টাকৈ মেলেৰীয়া বিষয়া পদ বিজ্ঞাপন প্ৰকাশ কৰিছ...