October 22, 2026 4:51 PM
4
ফ্ৰান্সত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ফ্রান্স ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় নাগৰিকসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি
ফ্ৰান্সত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ প্ৰবাসী ভাৰতীয়ৰ লগতে ফ্রান্স ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় নাগৰিকসকলৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ফ্ৰান্সৰ ভাৰতীয় দূতাবাসেও প্রবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থকাৰ বাবে আৰু প্ৰতিবাদস্থলীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে দৈনন্দিন জীৱন-যাপনত ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি, বিদ্যালয় শিক্ষাৰ শোচনীয় অৱস্থা তথা চৰকাৰৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টিক কেন্দ্ৰ কৰি ফ্ৰান্সৰ কেইবাখনো চহৰত যোৱা সপ্তাহৰ পৰা প্ৰতিব...