September 15, 2026 12:52 PM
10
ভিয়েটনাম, ভাৰত মহাসাগৰ, আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ
ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি, আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰীয়, মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নতুন দিল্লীত অনুষ্ঠিত ঊনবিংশ ভাৰত-ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে । ড০ জয়শংকৰে কয়, যে এই বৈঠক দুয়োদেশৰ মাজৰ বাণিজ্যিক, অর্থনৈতিক, বৈজ্ঞানিক আৰু বাণিজ্যিক সহযোগিতাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ এটা সুন্দৰ সুযোগ। সামাজিক মাধ্যমৰ...