June 8, 2024 2:25 PM

views 58

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খছৰা প্ৰস্তুত সন্দৰ্ভত বৈঠক

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খছৰা প্ৰস্তুত সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত তিনিচুকীয়া, ধেমাজী, লখিমপুৰ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সমন্বিত জনজাতীয় উন্নয়ন প্ৰকল্পৰ প্ৰকল্প সঞ্চালকসকলৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলা আয়ুক্ত তথা অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সীমা নির্ধাৰণ সন্দৰ্ভত যিকোনো ধৰণৰ ওজৰ আপত্তি ৩০ জুনৰ ভিতৰত দাখিল কৰিব লাগিব আ...

May 11, 2024 6:24 PM

views 69

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...

May 8, 2024 8:16 PM

views 50

ঐতিহাসিক ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত ১২টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ মূল সুঁতি একেবাৰে চাপি অহাৰ ফলত খৰালি কালতো গৰাখহনীয়াৰ সমস্যাই দেখা দিছে। ইপিনে, দুলীয়াজান বিধানসভা সমষ্টিৰ দিহিং কিনাৰ নেপালী গাঁৱত বুঢ়ী দিহিং নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা...