July 18, 2026 7:41 PM

views 7

কটন বিশ্ববিদ্যালয়ত কালিৰে পৰা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা চাৰিদিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত্ৰৰ আয়োজন কৰিছে। পৰম্পৰাৰ পৰা পৰিৱৰ্তন, আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু জ্ঞান পৰম্পৰাৰ সংমিশ্রণ শীৰ্ষক এই আলোচনাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব তথা বিধায়ক তৰংগ গগৈ আৰু মধ্য গু...

July 4, 2026 8:00 PM

views 15

ভাষা আন্দোলনৰ প্ৰথম ছহিদ ৰণজিৎ বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ ছহিদ ৰণজিৎ‍ বৰপূজাৰী ছহিদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

ভাষা আন্দোলনৰ প্ৰথম ছহিদ ৰণজিৎ বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ ছহিদ ৰণজিৎ‍ বৰপূজাৰী ছহিদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী ছাত্ৰ সন্থা, কটন বিশ্ববিদ্যালয়ৰ আছু গোট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° হীৰেন ডেকাই বন্তি প্ৰজলন কৰে। ড° ডেকাই ছহিদগৰাকীক স্মৰণ কৰি কয় যে মাতৃভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰণজিৎ বৰপুজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। নতুন প্ৰজন্মই ছহিদসকলৰ আদৰ্...

November 25, 2025 10:20 PM

views 42

কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত ড০ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত ড০ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন মুৰব্বী অধ্যাপক প্ৰয়াত গোস্বামীৰ স্মৃতিত আয়োজিত এই অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা বিশিষ্ট সাংবাদিক ড০ সমুদ্র গুপ্ত কাশ্যপে গুৱাহাটীৰ ঐতিহ্য উদযাপন শীর্ষক বিষয়ত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড০ হিৰেণ ডেকা, ইতিহাস বিভাগৰ মুৰববী ড০ অকুণ্ঠিতা বৰঠাকুৰৰ লগত...

May 27, 2025 8:00 PM

views 84

কটন কলেজৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

কটন কলেজৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচার্য শান্তিশ্রী ধুলিপুড়ী পণ্ডিত সাংসদ বিজুলী কলিতা মেধি, অসম চৰকাৰৰ মহাধিবক্তা তথা বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিক্ষামন্ত্রী ডা° পেগুৱে কয়, যে কটন মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰত যি দীঘলীয়া গৌৰৱময় ঐতিহ্য গঢ়ি তুলিছে সেয়া অসমৰে নহয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জ্ঞান সাধনৰ দিশত আলোকস্তম্ভ স্বৰ...

May 27, 2025 11:51 AM

views 82

কটন কলেজ প্ৰতিষ্ঠাৰ ১২৫ বছৰীয়া দিৱসৰ সংগতি ৰাখি প্রাক্তন কটনিয়ানৰ মত-বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠান

■ কটন কলেজ প্ৰতিষ্ঠাৰ ১২৫ বছৰীয়া দিৱসৰ সৈতে সংগতি ৰাখি আজি প্রাক্তন কটনিয়ানৰ মত-বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি বিয়লি কটন এলমনাই ভৱনত আয়োজিত এই অনুষ্ঠানত শতায়ু গৰকা প্ৰাক্তন কটনিয়ান ডাঃ চিৰাজুল হক, সত্যকৃষ্ণ মিশ্ৰ আৰু ৯০ বছৰৰ ঊৰ্ধৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকে প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত বক্তৃতা আগবঢ়াব। অনুষ্ঠানত প্রাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰিব। এই অনুষ্ঠানত সকলো প্রাক্তন কটনিয...

September 28, 2024 6:23 PM

views 58

কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে। এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়...

April 5, 2024 8:02 PM

views 49

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

♦গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ এল এছ জমীৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।