September 23, 2026 8:22 PM

views 9

কোপ-৩১ ৰ আলোচনা অধ্যক্ষ ক্রিছ বোৱেনক সাক্ষাৎ মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ জলবায়ু পৰিৱৰ্তন আৰু শক্তি আৰু কোপ-৩১ ৰ আলোচনা অধ্যক্ষ ক্রিছ বোৱেনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীযাদৱে জানিবলৈ দিয়ে যে এই কথোপকথনত ফিজিত অনুষ্ঠিত হ'বলগীয়া প্রাক কোপ সম্মিলন আৰু তুর্কিত অনুষ্ঠিত হ'বলগীয়া কোপ-৩১ৰ বিভিন্ন বিষয়সমূহে স্থান পায়। এই বার্তাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে যোৱা দশকত গ্ৰহণ কৰা জলবায়ু পৰিৱৰ্তনৰ বাবে গ্রহণ কৰা উচ্চাভিলাসী পদক্ষেপসমূহৰ ফলত...

July 20, 2026 8:03 PM

views 20

নতুন দিল্লীত আজি ভূৱেন্দ্ৰৰ যাদৱৰ সৈতে ছাইমন ষ্টীলৰ বৈঠক

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূৱেন্দ্ৰৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টীলৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীযাদৱে কয় যে এই বৈঠকত অভিযোজন, প্রযুক্তি হস্তান্তৰ, জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে বিত্ত সংগ্ৰহকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰ...

July 2, 2026 5:49 PM

views 20

চৰকাৰে উন্নয়নৰ সৈতে বহনক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সূচল কৰি তুলিছে

চৰকাৰে উন্নয়নৰ সৈতে বহনক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সূচল কৰি তুলিছে বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৈদ্যুতিক সচলতা বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি কয়, যে চৰকাৰৰ এই নীতিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱেশ আৰু অৰ্থনীতিৰ সম বিকাশৰ দৃষ্টিভংগীকেই প্রতিফলিত কৰে। তেওঁ কয়, যে দ্রুত ঔদ্যোগিক বিকাশ সত্ত্বেও দেশত বনাঞ্চলৰ পৰিধি ২০১৪ চনৰ ৭ লাখ ১,৬৭৩ বৰ্গ কিলোমিটাৰৰ পৰা ৭ ল...

June 20, 2024 6:11 PM

views 45

সূৰজকুণ্ডত এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচীত ভূপেন্দৰ যাদৱৰ অংশগ্ৰহণ

কেন্দ্রীয় বন, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দৰ যাদৱে আজি সূৰজকুণ্ড এলেকাত এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচীৰ অধীনত মন্ত্ৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গছপুলি ৰোপণৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত এখন প্রদর্শনীও তেওঁ পৰিদৰ্শন কৰে। অনুষ্ঠানত ভাষণ দি দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই কয় যে, দিল্লীৰ তাপমাত্রা সর্বাধিক ৫২ ডিগ্রী চেলচিয়াছ পর্যন্ত ঊর্ধ্বগামী হৈছে আৰু পানীৰ স্তৰ প্ৰতিদিনে নিম্নগামী হৈছে। এই বিষয়টোৱে আমাক সকলোকে চিন্তিত কৰা উচিত। শ্রীছাক্সেনাই সকলোকে এই...