September 6, 2026 12:05 PM

views 6

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিশেষ কাৰ্যসূচী

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা আৰু সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ আয়োজ...

September 4, 2026 12:28 PM

views 15

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদ আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তত সুধাকণ্ঠৰ প্রতি শ্রদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বৰা কালি জন্ম শতবর্ষ উপলক্ষে জা...

November 5, 2025 7:30 PM

views 51

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচী

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীর্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত এই গীতটি পৰিৱেশন কৰাৰ বাবে শিল্পী, ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণক ধন...