July 10, 2026 6:55 PM

views 34

প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিদি দলৰ

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিদি দলে শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নিষ্ঠা তিৱাৰীৰ। নেতৃত্বত অহা ছজনীয়া আন্তঃ মন্ত্ৰালয় কেন্দ্রীয় দলে কালি অৰুণাচলৰ পূব চিয়াং জিলাৰ বিলাত চাৰ্কোল আৰু লোৱাৰ চিয়াং জিলাৰ কোৰা চাৰ্কোলৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ ব্যাপক ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ ...

July 1, 2026 2:40 PM

views 36

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বোয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ ২০টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ স...

July 1, 2026 1:08 PM

views 42

অৰুণাচলত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব

দুদিনীয়া উত্তৰ-পূব ভ্রমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্রীচৌহানে ক্ষতিগ্রস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্রীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰবাসন ব্যৱস্থা ...