খেল

April 15, 2024 2:18 PM

views 73

আই পি এল ক্রিকেট ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইক...

April 11, 2024 6:48 PM

views 83

আই পি এলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত কালি নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৩ উইকেটত পৰাজিত কৰে। ১৯...

April 10, 2024 12:30 PM

views 75

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দাবাদৰ ৰোমাঞ্চকৰ জয়লাভ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চণ্ডীগড়ৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ২ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৮৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৮০ ৰানহে কৰিবলৈ সমৰ্থ হয়। প...

April 10, 2024 12:23 PM

views 73

বোপন্না-এবডেনৰ মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ বিশ্বৰ এক নম্বৰ স্থানৰ যুটীটো আজি মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ক্ৰ'য়েছিয়াৰ মেট পাৱিক আৰু এল ছালভাডোৰৰ মাৰ্ছেলো এৰেৱলোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ১০ মিনিটত আৰম্ভ হ...

April 9, 2024 6:36 PM

views 119

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ

পাঞ্জাব কিংছ আজি চণ্ডিগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত...

April 9, 2024 12:12 PM

views 90

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতা

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ আৰম্ভ হ'ব। প্রতিযোগিতাত ভাৰতৰ হৈ এইচ এছ প্ৰণয়, কিদাম্বী শ্রীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় চীনৰ লু গুৱাজঝৌ আৰু কিদাম্বী শ্র...

April 9, 2024 12:09 PM

views 71

আই পি এল ক্রিকেটত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ, আজিৰ খেল পাঞ্জাব কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি কলকাতাই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ শ্রেয়াছ আয়াৰে ৩২টা বলত সৰ্ব...

April 8, 2024 11:20 AM

views 87

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে, যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গ...

April 7, 2024 9:31 PM

views 84

আই পি এল ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে ২৯ ৰানত জয়ী

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে দেলহি কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰোহিত শৰ্মাই ২৭টা বলত ৪৯ ৰান কৰাৰ বিপৰীতে টীম ডেভিডে ২১টা বলত ৪৫ ৰান ...

April 7, 2024 9:09 PM

views 79

পাঁচখনীয়া হকী শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ৪-২ গ’লত পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ  পাঁচখনীয়া হকী শৃংখলাৰ অষ্ট্ৰেলিয়াৰ পাৰ্থত আজি অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৪-২ গ'লত পৰাস্ত কৰে। খেলখনত ভাৰতৰ হৈ যোগৰাজ সিং আৰু হৰমণপ্ৰীত সিঙে পেনাল্টিৰ জৰিয়তে দুটা গ'ল দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ জেৰিমি হেৱাৰ্ড, এণ্ডাৰচন জেক'ব আৰু নাথান এফ্ৰমছে গ'ল দিয়ে ।...