খেল

July 9, 2024 12:19 PM

views 31

গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ ঘোষণা

ভাৰতীয় অলিম্পিক সংস্থা (আই অ’ এ)ই গগন নাৰঙক ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ হিচাপে ঘোষণা কৰিছে। চাৰিবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা তথা ২০১২ চনৰ অলিম্পিক ক্রীড়া সমাৰোহৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙ...

July 9, 2024 12:18 PM

views 47

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্রিকেট দলৰ আজি তৃতীয়খন টি-২০ মেচ

ভাৰতীয় মহিলা ক্রিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। শৃংখলাটোৰ প্ৰথমখন খেলত একেখন ষ্টেডিয়ামতে আলহী দলটোৱে ভাৰতক ১২ ৰানৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিত...

July 9, 2024 12:16 PM

views 46

উইম্বলডন টেনিছত ছাৰ্বিয়াৰ ন’ভাক জক’ভিছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেইলৰ ফ্ৰীটজ কোৱাৰ্টাৰ ফাইনেলত

উইম্বলডন টেনিছ প্রতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰীটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত ৬-৪, ৭-৬, ৪-৬, ৬-৭, ৩-৬ ছেটত বিজয় অৰ্জন কৰে। ইপিনে...

July 8, 2024 12:09 PM

views 38

ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ ষ্টিপলছেজত ভাৰতৰ অবিনাশ চেবেলৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

ভাৰতৰ অবিনাশ চেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত ৩ হাজাৰ মিটাৰ ষ্টিপলছেজত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তাৰকা খেলুৱৈগৰাকী নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি এই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। খেলুৱৈগৰাকীয়ে নিজৰ উৎকৃষ্ঠ খেল প্ৰদৰ্শন প্রতিযোগিতাৰ ষষ্ঠ স্থানত থাকে। ইথোপিয়াৰ...

July 8, 2024 12:07 PM

views 38

হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত জিম্বাব’ৱেক ১০০ ৰানত পৰাস্ত ভাৰতৰ

হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাব’ৱেক ১০০ ৰানত পৰাজিত কৰে। ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেটৰ বিনিময়ত ২৩৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰান কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে ৪৭টা বলত ৭৭ ৰান কৰে। প্...

July 7, 2024 8:48 PM

views 47

পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ দ্বিতীয়খন খেলত জিম্বাব’ৱেৰ বিৰুদ্ধে ১০০ ৰানত বিজয়ী ভাৰত

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ আজি দ্বিতীয়খন খেলত ভাৰতে জিম্বাব'ৱেক ১০০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি জিম্বাব'ৱেক জয়ৰ বাবে ২৩৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ২৩৪ ৰাণ সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰাণ...

July 7, 2024 12:33 PM

views 68

গ্রাঁ প্রি প্ৰতিযোগিতাৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাত ৱিনেশ ফোগটৰ সোণৰ পদক অৰ্জন

 ভাৰতৰ এক নম্বৰ মল্লযোদ্ধা ৱিনেশ ফোগটে কালি মাড্ৰিডৰ স্পেইনত অনুষ্ঠিত গ্রাঁ প্রি প্ৰতিযোগিতাৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজেতা ফোগটে ফাইনেলত ৰাছিয়াৰ মাৰিয়া টিউমেৰেক’ভাক ১০-৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। স্পেইনত প্রশিক্ষণ তথা প...

July 7, 2024 12:02 PM

views 58

ন’ভাক জক’ভিচ  গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

ন’ভাক জক’ভিচে চলিত গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। যোৱানিশা অনুষ্ঠিত পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত ছাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকীয়ে ৪-৬, ৬-৩, ৬-৪ আৰু ৭-৬ৰ ব্যৱধানত এলেক্স প’পিৰিণক পৰাস্ত কৰে। ইফালে, অন্য এখন খেলত আলেকজেণ্ডাৰ জেৰভে ৬-৪, ৬-৪ আৰু ৭–৬ৰ ব্যৱধান...

July 7, 2024 11:53 AM

views 66

ইউৰোকাপ ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত

চলিত ইউৰোকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব। যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্রাইব্রেকাৰৰ জৰিয়তে ৫-৩ গ’লৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নির্ণয় হোৱা নাছিল। ...

July 7, 2024 11:44 AM

views 35

জিম্বাব’ৱেৰ হাৰাৰেত  ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব। আয়োজক দেশ জিম্বাব’ৱেই প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰি আছে। কালিৰ উদ্বোধনী খেলখনত ছিকন্দ্ৰৰ ৰাজা নেতৃত্বাধীন জিম্বাব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।