খেল

July 30, 2024 8:34 PM

views 50

পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাত মনিকা বাট্ৰা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত ভাৰতীয় পেডলাৰ মনিকা বাট্ৰাই ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৰয়িঙৰ পুৰুষৰ ছিংগলছৰ স্কালছ শিতানত ভাৰতৰ বলৰাজ পানৱাৰে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰি পঞ্চম স্থানতে থমকি প্রতিযোগ...

July 30, 2024 8:29 PM

views 49

কোকৰাঝাৰত ডুৰাণ্ড কাপ প্রতিযোগিতাৰ উদ্বোধনী খেলত নৰ্থ ইষ্ট এফ চিৰ জয়লাভ

আজিৰে পৰা কোকৰাঝাৰ চহৰৰ কঠালগুৰিত থকা ছাই ষ্টেডিয়ামত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা অনুষ্ঠিত হৈছে। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এইবাৰ দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী মেচখন বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট এফ চিৰ মাজত খেলোৱা হয়। এই খেলখনত নৰ্থ ইষ্ট এফ চিয়ে ২...

July 29, 2024 8:33 PM

views 60

পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালৰ সপ্তম স্থান দখল

আজি পেৰিছ অলিম্পিকত ভাৰতৰ অৰ্জুন বাবুটাই ১০মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে, ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালে সপ্তম স্থান দখল কৰে। খেলত চীনৰ চেং লিহাওয়ে সোণৰ পদক, চুইডেনৰ ভিক্টৰ লিওগ্ৰীনে ৰূপ আৰু ক্ৰয়েছিয়াৰ মিৰান মেৰিকিকে ব...

July 29, 2024 8:30 PM

views 69

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ...

July 29, 2024 6:38 PM

views 72

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্রণ জনায়। শ্রীলংকাই নিৰ্ধা...

July 29, 2024 8:13 PM

views 55

ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফলত মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ

পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ চূড়ান্ত ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰমিতা জিন্দাল ফাইনেল ৰাউণ্ডত সপ্তম স্থানত থমিক ৰয়। একেদৰে ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত ভাৰতৰ শ্বুটাৰ অৰ্জুন বাবুটাই চতুর্থ স্থানতে থমকি ৰয় । আনহাতে, সৰবজোৎ স...

July 29, 2024 1:15 PM

views 47

শ্ৰীলংকাৰ পাল্লেকলেত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০...

July 29, 2024 12:56 PM

views 39

পেৰিছ অলিম্পিকত আজি ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেল খেলিব অৰ্জুন বাবুটাই

পেৰিছ অলিম্পিকত আজি বিয়লি ৩.৩০ বজাত ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত অৰ্জুন বাবুটা অৱতীৰ্ণ হ'ব। আনহাতে, সৰবজোৎ সিঙৰ সৈতে মানু ভাকৰৰ যুটি আৰু অৰ্জুন সিং ছেমাৰ সৈতে ৰিডম চংৱানৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে পুৰুষ হকীত ভাৰতে আজি পুল বিৰ এখন খ...

July 28, 2024 7:52 PM

views 46

মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাৰ ৮ উইকেটত জয়লাভ

মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাই ৮ উইকেটত জয়লাভ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত গৃহদল শ্রীলংকাই ১৬৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ১৮ অভাৰ ৪ টা বলত দুটা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰিবলৈ সমৰ্থ হয় ৷

July 28, 2024 7:19 PM

views 59

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকেৰৰ মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ মনু ভাকেৰে মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। দহ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত ২২১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। আনহাতে, পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।