আঞ্চলিক সংবাদ

November 30, 2025 7:49 PM

views 46

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্রতিবেদন দাখিলৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠনৰ প্রতিবাদ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে কালি প্রতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠন প্রতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্রাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পলটনবজাৰত থকা জনজাতীয় জিৰণি চ'ৰাত প্রতিবেদন দাহ কৰি ট্র...

November 30, 2025 12:42 PM

views 40

ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ চানডেজ অন চাইকেল শীর্ষক কাৰ্যসূচী

দেশজুৰি চলি থকা ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ সহযোগত কোকৰাঝাৰ প্ৰেছ ক্লাবে চানডেজ অন চাইকেল শীর্ষক পদক্ষেপ আৰম্ভ কৰিছে। এটা স্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে আজি জিলাখনৰ চাইৰ বিশেষ প্...

November 30, 2025 12:40 PM

views 26

বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ

বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৭ নৱেম্বৰত গহপুৰৰ পুৰুপবাৰীৰ এটা পেট্রল পাম্পৰ মেনেজাৰৰ ৰৈ থকা বাহনৰ পৰা অজ্ঞাত দুস্কৃতিকাৰীয়ে আঢ়ৈ লাখতকৈ অধিক টকা ডকাইতি কৰিছিল। গহপুৰ আৰক্ষীয়ে ধেমাজী আৰক্ষীৰ সহযোগত অভিযান চলাই কালি বহিঃৰাজ্যৰ দুজন লোকক গ্ৰেপ্ত...

November 30, 2025 11:58 AM

views 44

নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলিকৃত মাটিত উচ্ছেদ অভিযান অব্যাহত

নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলিকৃত মাটিত উচ্ছেদ অভিযান অব্যাহত আছে। কালি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চানখোলা, কান্দাপাৰা, জুৰিৰপাৰ, বেদেৰীপাৰ, আৰু মাজগাঁৱত অবৈধভাৱে বাস কৰা পৰিয়ালসমহুক উচ্ছেদ কৰাৰ পাছত জিলা প্রশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত আজি দখলিকৃত বাকী অ...

November 30, 2025 11:53 AM

views 59

সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে দৃষ্টিপাত অনুষ্ঠান

দেশৰ সুৰক্ষাৰ সেৱাত নিয়োজিত সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ প্রাক্তন ঘোষিকা তথা অনুষ্ঠান প্রস্তুতকর্তা তাপসী সেনগুপ্ত, সাধনা ফুকন আৰু দিবাকৰ গোস্বামীয়ে অন...

November 30, 2025 11:25 AM

views 72

ডিট্ৰা ঘূৰ্ণী বতাহৰ পৰিপ্ৰেক্ষিতত তামিলনাড়ু, পুডুচেৰী, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলভাগত ৰেড এলার্ট জাৰি

দক্ষিণ-পশ্চিম বংগোপ সাগৰ আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ শ্ৰীলংকা আৰু তামিলনাডুৰ উপকূল ভাগত সৃষ্টি হোৱা ডিট্ৰা নামৰ ঘূৰ্ণী বতাহজাকে বিগত ছয় ঘণ্টাত প্রতিঘণ্টাত পাঁচ কিলোমিটাৰ বেগেৰ উত্তৰৰ দিশে গতি কৰিছে আৰু বতাহজাক সম্প্ৰতি পুডুচেৰীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দক্ষিণ-দক্ষিণপূবত আৰু চেন্নাইৰ পৰা ২৫০ কিলো...

November 30, 2025 11:17 AM

views 61

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

ৰাজ্যত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুর্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰণী শাখাই ৩০২ জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জনক আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশন...

November 30, 2025 11:10 AM

views 36

৩৩ খন ন-পুৰণি বিধেয়ক গৃহীতৰে পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ সামৰণি

পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ কালি সামৰণি পৰে। এই অধিবেশনত ন-পুৰণি মুঠ ৩৩ খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা শিক্ষা বিভাগৰ ৬ খন বিধেয়ককে ধৰি মুঠ ১১ খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত শিক্ষক-শিক্ষয়িত্ৰীৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন সংশোধনী বিধেয়ক ২০২৫, অসম বেচৰক...

November 30, 2025 11:07 AM

views 35

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিল

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রীগোটৰ প্ৰতিবেদন কালি শীতকালীন অধিবেশনৰ অন্তিম দিনা বিধানসভাত দাখিল কৰা হয়। শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ডৱে বিধানসভাত এই প্রতিবেদন দাখিল কৰে। ইয়াৰ লগে লগে এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ ক্ষেত্ৰত থকা আঁসোৱাহ দূৰ হোৱাৰ পথ প্রশস্ত হৈছে। বর্তমান জনজাতিসকলে লাভ কৰি থকা ...

November 29, 2025 10:14 PM

views 276

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

● পঞ্চদশ অসম বিধানসভাৰ চলিত অধিবেশনৰ আজি অন্তিম দিনা সদনত ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনক লৈ বিৰোধী পক্ষই আলোচনা হোৱাটো বিচাৰিছিল যদিও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অনুমতি প্ৰদান নকৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।