আঞ্চলিক সংবাদ

January 17, 2026 7:26 PM

views 48

অসমৰ ৬৯ সংখ্যক প্রতিষ্ঠা দিৱস আজি মাজুলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত

চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ ৬৯ সংখ্যক প্রতিষ্ঠা দিৱস আজি মাজুলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে কমলাবাৰীত থকা জিলা পেঞ্চনাৰ ভৱনৰ সন্মুখত পুৱা সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলী জিলা কৰ্মচাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি কৃষ্ণকমল শইকীয়াই পতাকা উত্তোলন কৰে। মুকলি সভাত কেইবাজন...

January 17, 2026 7:25 PM

views 42

চৰাইদেউ জিলাত অহা ১৯ জানুৱাৰীৰ পৰা জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান অনুষ্ঠিত

চৰাইদেউ জিলাত অহা ১৯ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোক সকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান অনুষ্ঠিত হব। এই অভিযান ফেব্ৰুৱাৰীৰ মাহৰ প্ৰথম সপ্তাহলৈ চলিব বুলি চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিছে। জিলাখনৰ সকলো চৰকাৰী স্বাস্থ্য প্রতিষ্ঠান, উপস্বাস্থ্য কেন্দ্র, টিকাকৰণ স...

January 17, 2026 7:23 PM

views 44

শিৱসাগৰত জিলা প্রশাসনৰ আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি

শিৱসাগৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত জিলা প্রশাসনে আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি কৰিছে। জিলা দণ্ডাধীশ স্বাক্ষৰিত নিৰ্দেশ অনুসৰি আজিৰ পৰা ৬০ দিনলৈ নিষেধাজ্ঞা বলবৎ থাকিব। নিষেধাজ্ঞা অনুসৰি অনুমতি অবিহনে ৫ জন বা তাতকৈ অধিক লোকৰ সমাবেশত বাধা আৰোপ কৰা হৈছে। যিকোনো ধৰণৰ ...

January 17, 2026 7:20 PM

views 70

আজি ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত আজি শিল্...

January 17, 2026 7:18 PM

views 48

ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ’বলগীয়া আলোচনা স্থগিত

 ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ'বলগীয়া আলোচনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক সম্মান আৰু বুজাবু...

January 17, 2026 7:04 PM

views 48

১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে এই সন্দর্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূর্ণাঙ্গ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ'ব।

January 17, 2026 6:53 PM

views 34

আজি কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদহ টাউন ৰে'ল ষ্টেচনৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চাহিদা অনুযায়ী নিৰ্মাণ কৰা সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে ব...

January 17, 2026 7:44 PM

views 35

প্রধানমন্ত্রীৰ উপস্থিতিত আজি সৰুসজাইত ১০ হাজাৰ শিল্পীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিবেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। বাগৰুম্বা নৃত্য উপভোগৰ পূৰ্বে প্রধানমন্ত্রী শ্রীমোদীয়ে অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাগৰুম্বা কেবলমাত্র উৎসব ...

January 17, 2026 1:08 PM

views 68

শিল্পী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ‍ শিল্পী দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন ...

January 17, 2026 1:02 PM

views 121

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম হোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰে ১৭ জানুৱাৰীত তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি, নাটক, সংগীত, সাহিত্য, চলচ্চিত্র আদি বিভিন্ন দিশত মহান শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে স্মৰণ কৰা হয়। মুখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।