অসম বিধানসভাৰ বাজেট অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ‘ব। বিধানসভা সচিবালয়ে এই সন্দর্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূর্ণাঙ্গ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ‘ব।
Assamese | January 17, 2026 7:04 PM | Assam Legislative Assembly
১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশন