March 9, 2025 12:15 PM
71
মণিপুৰৰ কাংপোক্পি জিলাত কুকি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীৰ প্ৰাণহানি
মণিপুৰৰ কাংপোক্পি জিলাৰ বিভিন্ন অংশত কালি কুকি প্ৰদৰ্শনকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। নিহত লোকজনক লাল গৌথা সিংগছিত বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে কেইথেলমান্বিত হোৱা সংঘৰ্ষত এই ৩০ বছৰীয়া লোকজন গুলীবিদ্ধ হয় আৰু চিকিৎসা...