June 12, 2024 5:46 PM
57
বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ নির্মলা সীতাৰমনৰ
নির্মলা সীতাৰমনে আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রীসভাৰ বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ দায়িত্ব অর্পণ কৰা বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। একে সময়তে তেও...