কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্রীগাডকাৰীয়ে মোদী ৩.০ কাৰ্যকালত পুনৰবাৰ তেওঁক পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীৰ দায়িত্ব অর্পণ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ অধীনত অতি ক্ষীপ্ৰতাৰে ভাৰত বিশ্বমানৰ আধুনিক আন্তঃগাঁথনিৰে পৰিপূৰ্ণ হৈ উঠিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী অজয় তান্তা আৰু হৰ্ষ মালহোট্টাইও আজি তেওঁলোকৰ দায়িত্বভাৰ গ্ৰহণ কৰে৷
Assamese | June 12, 2024 2:14 PM | India
কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ