ৰাষ্ট্ৰীয়

June 20, 2024 6:07 PM

views 43

জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মক উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ জন্মদিন উপলক্ষে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু তেওঁ পত্নী ডº সুৰেশ ধনখড়ে ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুক সাক্ষাৎ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাজহুৱা জীৱনত ৰাষ্ট্ৰপতিগৰাকীৰ সমৃদ্ধ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে শ্রীমতী মুৰ্মৰ সুখ আৰু সুস্বাস...

June 20, 2024 5:47 PM

অহা ৩০ জুনত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হবলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনাই...

June 20, 2024 12:18 PM

views 30

কেন্দ্ৰীয় কেবিনেটত ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিকে ধৰি ৫টা গুৰুত্ৱপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি, মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ বিকশাই তোলা আৰু গুজৰাট আৰু তামিলনাডুত সমুদ্র তীৰৰ সমীপত প্ৰথম পৱন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে লগতে বাৰানসী বিমান বন্দৰৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি উন্নয়নৰ হকেও সিদ্ধান্ত গ্রহণ কৰিছে।...

June 20, 2024 12:16 PM

views 41

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে নিৰন্তৰ পদক্ষেপ লৈ আহিছে। চৰকাৰ সমগ্ৰ দেশত যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে বদ্ধপৰিকৰ বুলি শ্রীমোডীয়ে মন্তব্য কৰে। তেওঁ কয় যে বা...

June 20, 2024 12:12 PM

views 43

বিশ্ববিদ্যালয় অনুদান আয়োগৰ জুনৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল

চৰকাৰে জুনত অনুষ্ঠিত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC NET বাতিল কৰিছে। পৰীক্ষাৰ নতুন সূচী আৰু তথ্য পুনৰ প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই দাখিল কৰা কিছু তথ্যৰ পাছতে পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়। বিষয়টোৰ তদন্তৰ ভাৰ ক...

June 20, 2024 12:10 PM

views 42

দুদিনীয়া ভ্ৰমণসূচীৰে আজি জম্মু কাশ্মীৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰলৈ যাব। তাত তেওঁ এহেজাৰ ৫শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৮৪ টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি শ্ৰীনগৰত আয়োজিত যুৱ প্ৰজন্মৰ সৱলীকৰণ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন শীৰ্ষক এটা অনুষ্ঠানত অংশ...

June 20, 2024 12:08 PM

views 41

আকাশবাণীৰ ৩০ জুনৰ ‘মন কী বাত’ৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 20, 2024 12:06 PM

views 47

তামিলনাডুৰ কল্লাকুৰুচিত বিষাক্ত সুৰা পানৰ ফলত ১৫জন লোকৰ মৃত্যু

তামিলনাডুৰ কল্লাকুৰুচিত তথাকথিতভাৱে বিষাক্ত সুৰা পান কৰাৰ ফলত ১৫জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১৫জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোককেইজনক কল্লাকুৰুচি আৰু ছলেম চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাধিপতি শ্ৰৱণ কুমাৰ জাটৱথে কৈছে যে এতিয়ালৈকে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা হোৱা নাই। তেওঁ কয...

June 20, 2024 12:03 PM

views 27

শ্ৰীলংকাৰ চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি কলম্বোত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ শ্ৰীলংকাৰ চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে আজি কলম্বোত উপস্থিত হ'ব। ভ্রমণকালত ড০ জয়শংকৰ শ্ৰীলংকাৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত বিভিন্ন বিষয় লৈ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ পাছত এয়া হ'ল বিদেশ মন্ত্ৰীগৰাকীৰ প্ৰথমটো দ্বিপা...

June 19, 2024 9:16 PM

views 44

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপৰ ওপৰত মন্ত্রী জে পি নাড্ডাৰ পৰ্যালোচনা

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপলৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি গ্রীষ্ম প্ৰবাহজনিত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায় আৰু চিকিৎসালয়সমূহক গ্রীষ্ম প্রবাহৰ ফলত হোৱা ৰোগৰ চিকিৎ‍সাৰ বাবে বিশেষ গোটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।