ৰাষ্ট্ৰীয়

June 28, 2024 8:22 PM

views 48

নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ...

June 28, 2024 7:40 PM

views 56

নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ...

June 28, 2024 5:08 PM

views 46

বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ...

June 28, 2024 3:03 PM

views 56

জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কাশ্মীৰ উপত্যকাত থকা অমৰনাথ গুহা দৰ্শনৰ বাৰ্ষিক অমৰনাথ যাত্ৰা কাইলৈৰ পৰা পেহেলগাম আৰু বালতল পথেৰে আৰম্ভ হ'ব। সংবাদ মাধ্যমৰ আগত উপ ৰাজ্যপাল শ্রীসি...

June 28, 2024 2:58 PM

views 53

কৰ্ণাটকৰ হাৱেৰি জিলাত যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্রাকত খুন্দা মৰাৰ ফলত ১৩ গৰাকী যাত্ৰীৰ মৃত্যু

কৰ্ণাটকৰ হাৱেৰি জিলাৰ গুন্দনাহাল্লীত এখন যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্রাকত খুন্দা মৰাৰ ফলত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী আহত হয়। নিহতসকলৰ ভিতৰত দুটি শিশুকে ধৰি ৮ গৰাকী মহিলা আছে। পোণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাই পথত আজি নিচেই পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকস...

June 28, 2024 1:34 PM

views 48

দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ মন্ত্রী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা এম এছ এম ই টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে— ডিজিটিয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে পাঁচ লাখ অতি ক্ষুদ্ৰ ...

June 28, 2024 1:29 PM

views 52

হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি

ঝাৰখণ্ডৰ ৰাঁছীৰ এখন বিশেষ ক’লাধন বৈধকৰণ প্ৰতিৰোধী আদালতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি কৰিছে। হেমন্ত চোৰেন আৰু অন্য ১১ জন অভিযুক্তক কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিশেষ আদালতৰ সন্মুখত হাজৰিৰ কৰোৱাত ন্যায়ালয়ে এই ৰায় দিয়ে। ঝাৰখণ্ড মুক্তি মৰ...

June 28, 2024 12:44 PM

views 43

দেশৰ বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়লৈ ২০২৪ বৰ্ষৰ পেন পিণ্টাৰ বঁটা

দেশৰ বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়লৈ ২০২৪ বৰ্ষৰ পেন পিণ্টাৰ বঁটা আগবঢ়োৱা হৈছে। ন'বেল বিজয়ী নাট্যকাৰ হেল্ড পিণ্টাৰৰ সোঁৱৰণত প্ৰতি বছৰে ব্ৰিটেইন, আয়াৰলেণ্ড আৰু কমনৱেলথৰ অন্তৰ্ভুক্ত দেশৰ সাহিত্যিকক উজ্বল সাহিত্য কৰ্মৰাজীৰ বাবে এই বঁটা প্ৰদান কৰা হয়। অহা ১০ অক্টোবৰত লণ্ডন ব্ৰিটিছ লাইব্ৰেৰীত অৰুন্ধত...

June 28, 2024 12:07 PM

views 40

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্রীমোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্...

June 27, 2024 8:31 PM

views 50

ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা কৃষ্ণ আদৱানীক ঘৰলৈ যাবলৈ দিয়া হৈছে

প্রবীন বিজেপি নেতা লাল কৃষ্ণ আদৱানীক আজি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বার্ধক্যজনিত কিছু জটিলতাৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা বর্ষিয়ান নেতাগৰাকীক এইমছত ভৰ্তি কৰোৱা হৈছিল। অসুস্থতাৰ বাবে ৯৬ বছৰীয়া নেতাগৰাকীক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।