June 30, 2024 12:18 PM
37
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰে। শ্ৰীসোণোৱালে সংশ্লিষ্ট বিষয়াসকলৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম প্ৰান্তৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। উত্তৰ-পূব অঞ্চলৰ যুৱ প্ৰজন্মই যাতে সু-প্র...