নির্বাচন

May 27, 2024 7:54 PM

views 38

উত্তৰ প্ৰদেশৰ কুশীনগৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ জনসভা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে অহা ৪ জুনত এন ডি এ-ই ৪০০ খনতকৈ অধিক আসন লাভ কৰিব আৰু নৰেন্দ্ৰ মোদী পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ স্থান অক্ষুণ্ণ ৰাখিব আৰু ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে আই এন ডি আই মিত্ৰজোটৰ পৰাজয়ৰ বাবে ই ভি এমসমূহক দোষাৰোপ কৰি সংবাদ মেল অনু...

May 27, 2024 7:05 PM

views 43

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে অসমত জিলা প্রশাসনসমূহৰ প্রস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিল...

May 27, 2024 6:03 PM

views 49

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান অব্যাহত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। এন ডি এৰ নেতা আৰু আন মিত্রজোঁটে নির্বাচন অনুষ্ঠিত হ'বলগা অঞ্চলসমূহত ধাৰাবাহিকভাৱে বিভিন্ন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, ছালেমপুৰ আৰু চাণ্ডৌলী ...

May 26, 2024 8:47 PM

views 49

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। বিভিন্ন ...

May 26, 2024 8:42 PM

views 53

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ বিহাৰৰ কাৰাকাটত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে এই বুলি দাবী কৰিছে যে, তেওঁৰ চৰকাৰে চলিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়লৈকে ৩১০ খন আসনৰ সংখ্যা পাৰ কৰিছে আৰু দুটা পৰ্যায়ৰ পৰা দলে এন ডি এৰ সহযোগী মিত্ৰজোঁটৰ সৈতে ৪০০ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। বিহাৰৰ কাৰাকাটত আজি এটা ৰেলীক সম্বোধন কৰি শ্...

May 26, 2024 6:42 PM

views 55

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। সপ্তম পৰ্যায়...

May 26, 2024 12:42 PM

views 58

নির্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য প্রকাশ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ হৈ যোৱা পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য কালি প্রকাশ কৰিছে। নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ত আয়োগে প্রকাশ কৰা ভোটদানৰ হাৰ বিসংগতিপূর্ণ বুলি বিৰোধী ৰাজনৈতিক দলসমূহে কৰি অহা অভিযোগক নসাৎ কৰি কালি আয়োগে ভোটদানৰ হাৰ সাল-সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে। ...

May 26, 2024 12:30 PM

views 61

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ

দেশত লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পর্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে ...

May 26, 2024 12:29 PM

views 47

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬১.৭-৬ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কালি ৬খন ৰাজ্য আৰু দুটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৮-টা সমষ্টিত ৬১.৭-৬ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০টা, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু- কাশ্মীৰৰ এটা সমষ্টি সামৰি লোৱা...

May 25, 2024 8:36 PM

views 59

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্...