নির্বাচন

June 3, 2024 6:45 PM

views 46

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা...

June 3, 2024 6:01 PM

views 32

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। এই অনুসৰি অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে NPEP ৫খন, NCP তখন, PPA- য়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আস...

June 3, 2024 5:59 PM

views 41

কাইলৈ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফল...

June 3, 2024 11:48 AM

views 34

অসমত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই সেই দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল...

June 3, 2024 11:22 AM

views 34

বিজেপিক পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে, NPEP ৫খন, NCP ৩খন, PPAয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি ...

June 3, 2024 11:03 AM

views 33

লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফল...

June 2, 2024 9:12 PM

views 43

ছিকিম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰা ছিকিম ক্রান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছিকিম ক্রান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, ছিকিমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ তেওঁ আগ্রহী। তেওঁ লগতে ছিকি...

June 2, 2024 9:10 PM

views 25

অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, ৰাজ্যখ...

June 2, 2024 9:06 PM

views 40

ভোট গণনাৰ পূৰ্বে ১৫০ গৰাকী জিলা দণ্ডাধীশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ফোন কৰা অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশক নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভোট গণনাৰ পূৰ্বে ১৫০ গৰাকী জিলা দণ্ডাধীশলৈ ফোন কৰা বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দিয়া অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ আজি নেতাগৰাকীক নিৰ্দেশ দিছে। শ্ৰী ৰমেশলৈ লিখা এখন পত্ৰত নিৰ্বাচন আয়োগে এইটো স্পষ্ট কৰি দিছে যে, আদর্শ নির্বাচনী সংহিতা বলৱৎ হৈ থকাৰ...

June 2, 2024 8:02 PM

views 32

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৪৬টা সমষ্টিত বিজয়ীৰে বিজেপি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত

অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগণনাৰ ফলাফল অনুসৰি বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টা সমষ্টিতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ শাসনভাৰ হাতত লবলৈ সাজু হৈছে। ইফালে, এন পি ই পি ৫খন, এন চি পি তখন, পি পি এয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। ইফালে, ছিকিমত ছিকিম ক্ৰান্ত...