ডি ডি নিউজ

September 5, 2024 12:34 PM

views 56

কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া...

September 3, 2024 12:26 PM

views 60

কাইলৈ উত্তৰ লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

উত্তৰ লখিমপুৰত কাইলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। নলবাৰীত অনুষ্ঠিত পূৰ্বৰ কেবিনেট বৈঠকত পৰিৱেশন কৰা আহাৰক কেন্দ্ৰ কৰি বিতৰ্ক হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ বৈঠকত চৰকাৰীভাৱে আহাৰ পৰিৱেশন কৰা নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ক...

September 3, 2024 12:13 PM

views 78

পেৰিছ পেৰাঅলিম্পিকত সুমিত আন্তিল আৰু নিতেশ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ সুমিত আন্তিল নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র'ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫-৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ পেৰা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ভাৰতৰ নিতেশ কুমাৰে ডে...

August 30, 2024 8:49 PM

views 40

মন্ত্ৰীসভাৰ নতুন সচিব হিচাপে ডº টি ভি সোমনাথনৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া ডº টি ভি সোমনাথনে আজি মন্ত্ৰীসভাৰ নতুন সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে । ডº সোমনাথন ৰাজীৱ গৌবাৰ স্থলাভিষিক্ত হৈছে। ১৯৮৭ চনৰ তামিলনাড়ু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সোমনাথনে প্রধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব আৰু অতিৰিক্ত সচিবৰ দায়িত্বৰ লগতে কেন্দ্ৰ...

August 29, 2024 11:42 AM

views 56

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৯০ চনৰ ভাৰতীয় আৰক্ষী বিষয়া দলজিৎ সিং চৌধুৰীক সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰীচৌধুৰী বৰ্...

August 24, 2024 12:28 PM

views 54

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নি...

August 23, 2024 6:46 PM

views 58

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাৰ দৰং জিলা ভ্ৰমণ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাই আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈৰ বাঘপড়ি গাঁৱত জল জীৱনৰ মিছন আঁচনিৰ অধীন নিৰ্মাণ কৰা দুই নম্বৰ খোৱাপানী যোগান আঁচনিখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে সাংসদ দিলীপ শ‍ইকীয়া, স্থানীয় বিধায়ক, জিলা আয়ুক্ত আদিয...

August 23, 2024 1:18 PM

views 75

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হবলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰে। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India's Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰ...

August 19, 2024 8:57 PM

views 62

আজি বিশ্ব ফটোগ্ৰাফী দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হৈছে। অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত আজিৰেপৰা এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ চেপ্তেম্বৰলৈ চলিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্ৰদৰ্শন...

August 12, 2024 8:04 PM

views 54

পেৰিছ অলিম্পিকৰ পৰা উভতি অহা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ আদৰণি

সদ্য সমাপ্ত পেৰিছ অলিম্পিকত প্রতিদ্বন্দ্বিতা কৰি উভতি অহা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক আজি অসম আৰক্ষীয়ে আদৰণি জনায়। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এই বিষয়ে প্রকাশ কৰি ভৱিষ্যতে খেলুৱৈগৰাকীৰ সাফল্য কামনা কৰে। উল্লেখযোগ্য যে, টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা এইবাৰৰ পেৰিছ অলিম্পিকৰ মহি...