বিহাৰ

November 9, 2025 8:02 PM

views 77

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আজি সন্ধিয়া ছয় বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এন ডি এ আৰু মহামিত্রজোটৰ নেতাসকলে বিভিন্ন সমষ্টিত নির্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত কেন্দ্র...

November 2, 2025 11:20 AM

views 79

বিহাৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে

বিহাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন স্থানৰ নিৰ্বাচনী ৰেলী, জনসভা আদিত অংশগ্ৰহণৰ জৰিয়তে ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দিনজোৰা নিৰ্বাচনী প্ৰচাৰৰ উদ...

October 26, 2025 11:17 AM

views 83

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহৰ তাৰকা প্ৰচাৰকসকলে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰচাৰ অভিযানত দুয়োটা দলৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনৰ আইন শৃংখলা, নিবনুৱা সমস্যা, উন্নয়ন আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মৌখিক আক্রমণ-প্ৰতি...

October 21, 2025 10:57 AM

views 82

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'...

October 20, 2025 5:33 PM

views 102

বিহাৰ বিধানসভা নির্বাচনৰ প্রথম পৰ্যায়ৰ বাবে ১৩৭৫ খন মনোনয়ন বৈধ বিবেচিত

বিহাৰ বিধানসভা নির্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়ালৈ মুঠ ১০৬৬ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যখনত অহা ৬ ...

October 20, 2025 11:22 AM

views 97

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰো অন্তিম দিন। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্রথম প...

October 19, 2025 7:59 PM

views 81

বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে পর্যবেক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ

নির্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নির্বাচন স্বচ্ছ আৰু মুক্তভাবে অনুষ্ঠিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সূক্ষ্মভাবে পর্যবেক্ষণ কৰিবলৈ কেন্দ্রীয় পর্যবেক্ষকসকলক নির্দেশ দিছে। এটা বিবৃতিযোগে আয়োগে কৈছে যে, বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১২১ গৰা...

October 12, 2025 8:49 PM

views 131

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বিহাৰৰ বুথ পৰ্য্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময়

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰে বিহাৰৰ বুথ পৰ্য্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দলৰ কৰ্মীসকলক মেৰা বুথ সবসে মজবুত অভিযানত অংশগ্রহণ কৰিবলৈ আৰু দিহা-পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে লগতে তেওঁ কেইগৰাকীমান বচা বচ...

October 12, 2025 8:46 PM

views 107

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাবড়েই আজি সামাজিক মাধ্যমযোগে কয়, যে বিজেপি আৰু জে ডি ইউ-এ এশ এখনকৈ আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। লোক জনশক্তি পাৰ্টীৰ ৰাম বিলাস গোটে ২৯ খন আৰু ৰাষ্ট্ৰীয় লোকমর্চা তথা হিন্দাস্তানী আৱাম মর্...

October 5, 2025 8:42 PM

views 78

ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাটনাত কাইলৈ আসন ভাগ-বতৰা সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল, আৰ জে ডিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। জে এম এমৰ সভাপতি আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেণে এই দায়িত্ব ৰাজ্যিক মন্ত্রী সুদিব্য কুমাৰ ছানু আৰু জে এম এমৰ সাধাৰণ সম্প...