April 6, 2024 6:02 PM

views 52

মঙলদৈ জিলা পুথিভঁৰালত সূক্ষ্ম পর্যবেক্ষকৰ দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

সমাগত লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচীসমূহ ৰাজ্যজুৰি অব্যাহত ৰখা হৈছে। এই উপলক্ষে মঙলদৈ জিলা পুথিভঁৰালত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই ...

April 6, 2024 5:55 PM

views 62

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰৰ বোকাহোলা চাহ বাগিচাত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমবেত ৰাইজক উদ্দেশ্যে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী ন...

April 6, 2024 5:27 PM

views 71

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱা ফাইনেলত প্ৰৱেশ

ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱাই আস্তানাত চলি থকা কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ফাইনেলৰ বাবে অগ্রগতি লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত খেলত অনুপমা উপাধ্যায়ে জাপানৰ ছ'ৰানা য়শ্বিকাৱাক আৰু ঈশাৰাণী বৰুৱাই তৃতীয় বাছনিৰ হংকঙৰ ল' ছিন য়ান হেপীক পৰাজিত কৰে। প্রতিযোগিতাৰ পুৰু...

April 6, 2024 5:08 PM

views 72

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইক...

April 6, 2024 4:58 PM

views 66

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ৰ নির্বাচন

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ একমাত্ৰ সমষ্টিটোত চাৰিজন প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি লাক্ষাদ্বীপ সমষ্টিত বৰ্তমানৰ সাংসদ তথা এন চ...

April 6, 2024 4:50 PM

views 55

চট্টীশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু

তেলেংগানাৰ সীমান্তৱৰ্তী চট্টিছগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ মুলুগী জিলাৰ সমীপৰ পুজৰী কানকেড় অৰণ্যত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদীৰ গুলীৰ বিনিময় হয়। এট...

April 6, 2024 4:45 PM

views 88

ভাৰতীয় জনতা পাৰ্টিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্রসাদ নাড্ডাই দলীয় নেতা-কর্মীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্রী মোদীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সং...

April 6, 2024 4:38 PM

views 132

ছাহাৰানপুৰৰ জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা ৫ বছৰত ভাৰত বিশ্বৰ পঞ্চম স্থানৰ অৰ্থনীতি হ'বলৈ সমৰ্থ হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্রধানমন্ত্ৰ...

April 6, 2024 1:00 PM

views 62

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ, আজি তিতাবৰ, মৰিয়নী আৰু নাজিৰাত মুখ্যমন্ত্ৰীৰ নির্বাচনী সভা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদকে ধৰি বিৰোধী কংগ্ৰেছ, আম আদমী পাৰ্টী, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বা...

April 6, 2024 12:58 PM

views 51

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত মঙলবাৰপৰ্যন্ত ধুমুহা-বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰপৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকেনিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্রতি ঘণ্টাত...