April 7, 2024 6:53 PM
53
আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাই আৰু সেয়েহে মিত্ৰজোঁটটোৰ অভ্যন্তৰীণ মতভেদ ৰাজহুৱা হৈছে। বিহাৰৰ নৱাডাৰ কুন্তীনগৰৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্...