March 30, 2024 10:13 PM

views 69

মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা

মিচিং, কাৰ্বি, ডিমাচা, তিৱা, দেউৰী আৰু ৰাভা ভাষাত শিক্ষা গ্ৰহণ কৰা সন্দৰ্ভত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি বুনিয়াদী পৰ্যায়ত এই ৬টা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে। সম্প্রদায় কেইটাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাৰ বাবে এই ভাষাকেইটাক শিক্...

March 30, 2024 10:08 PM

views 64

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে কাজিৰঙাত তিনিদিনীয়া  আন্তঃৰাষ্ট্ৰীয় কর্মশালা

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ কাজিৰঙাত তিনিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত ১৩খন ৰাষ্ট্ৰৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাত এছিয়া মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত চলি থকা হাতী-মানুহৰ সংঘাত ৰোধ কৰি এছিয়ান হাতী সংৰক্ষণৰ কর্মসূচী আৰু নিৰ্দেশনা ...

March 30, 2024 9:54 PM

views 92

সমাগত লোকসভা নিৰ্বাচনত দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ ...

March 30, 2024 9:45 PM

views 79

ৰাজ্যত ৩টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

ৰাজ্যত ৩টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে । গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৱণ্টন প্রক্রিয়া সম্পন্ন হয়। উল্লেখযোগ্য যে এই সমষ্টিটোৰ বাবে ১১ গৰাকী প্রার্থীয়ে মনোন...

March 30, 2024 9:34 PM

views 101

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ দুখন বুজাবুজি চুক্তি

আসন্ন লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্রীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অ...

March 30, 2024 9:22 PM

views 69

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ২৭ জনীয়া ইস্তাহাৰ সমিতি গঠন

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২৭ জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা স...

March 30, 2024 9:00 PM

views 74

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা অব্যাহত

আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই আজি প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দৰং, ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটো...

March 30, 2024 8:53 PM

views 76

মিজোৰামত আগন্তুক লোকসভা নিৰ্বাচনত ৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

মিজোৰামত আগন্তুক লোকসভা নিৰ্বাচনত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ লগে লগে এতিয়া আনুষ্ঠানিকভাৱে ছয়জন প্রার্থীয়ে নির্বাচনী যুঁজত নামি পৰিছে। শাসকীয় জোৰাম পিপলছ মুভমেণ্টে ৰিচাৰ্ড ভানলালহমাংগাইহাক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে মূল বিৰোধী মিজো নে...

March 30, 2024 9:13 PM

views 83

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ফুটবলাৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ নিৰ্দেশ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কৈছে যে গোৱাত চলি থকা ইণ্ডিয়ান মহিলা লীগৰ সময়ত মহিলা ফুটবলাৰৰ ওপৰত তেওঁলোকৰ প্ৰশিক্ষকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তেওঁৰ মন্ত্ৰ্যালয়ে গুৰুত্বভাৱে লৈছে৷ আজি এটা ছংচিয়েল মিডিয়া পোষ্টত শ্ৰীঠাকুৰে কয় যে, অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ক্ষীপ্ৰতাৰে ...

March 30, 2024 8:38 PM

views 78

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা অন্ত

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ অন্ত পৰিছে । মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়নপত্র প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত প্ৰথম পৰ্যায়ত ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। এই পৰ্য্যায়ৰ...