April 3, 2024 8:32 PM

views 97

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ছৰফৰ...

April 3, 2024 8:29 PM

views 79

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম'বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া ...

April 3, 2024 8:27 PM

views 60

ৰাজ্যজুৰি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

♦ অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাও অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চবিহু উদয...

April 3, 2024 8:23 PM

views 90

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি মাউণ্ট ঋণক আৰোহণ কৰি উদয় কুমাৰৰ ইতিহাস

♦ ৯১ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও পশ্চিমবংগৰ উদয় কুমাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনে সাহস আৰু দৃঢ়তাৰ অতুলনীয় নিদৰ্শন দাঙি ধৰি পশ্চিম ছিকিমৰ ১৬,৫০০ ফুট উচ্চতাৰ মাউণ্ট ঋণক আৰোহণ কৰি ইতিহাস ৰচিছে।

April 3, 2024 8:30 PM

views 58

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্রস্তুতি তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে।...

April 3, 2024 7:37 PM

views 76

টাইৱানত ভূঁইকঁপঃ কমেও ৭ গৰাকী লোকৰ প্রাণ হানি

♦ টাইৱানত আজি সংঘটিত এটা ভূঁইকঁপৰ ঘটনাত কমেও ৭ গৰাকী লোকৰ প্রাণ হানি হোৱাৰ লগতে আন প্রায় ৭০০ গৰাকী লোক আহত হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ ভূমিকম্পৰ কবলত পৰা অঞ্চলসমূহত ভালেমান লোক আবদ্ধ হৈ পৰা বুলি দেশখনৰ প্ৰশাসনে প্রকাশ কৰিছে। দেশখনৰ পূব উপকূলত সংঘটিত বিখটাৰ স্কেলৰ ৭.৪ প্রাবল্যৰ এই ভূমিকম্পৰ ফলত অঞ্...

April 3, 2024 7:21 PM

views 17

 চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ

♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ'বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ অর্থনৈতিক বিকাশ ৬ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ভাৰতৰ উন্নয়ন আৰু পাকিস্তান তথা শ্রীলংকাৰ অর্থনৈতিক ...

April 3, 2024 7:31 PM

views 73

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷

April 3, 2024 7:24 PM

views 73

পৰ্টুগালৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত লুইছ মণ্টেনগ্ৰক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰ্টুগাল গণৰাজ্যৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱা লুইছ মণ্টেনগ্ৰক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ জৰিয়তে শ্রীমোদীয়ে আদি কয় যে, ভাৰত আৰু পৰ্টুগালৰ দ্বিপাক্ষিক সম্বন্ধ শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে একেলগে কাম কৰি যাব বুলি আশা প্...

April 3, 2024 7:11 PM

views 102

ৱাইনাড সংসদীয় সমষ্টিৰ বাবে ৰাহুল গান্ধীয়ে মনোনয়ন পত্র দাখিল কৰিব

♦ কংগ্ৰেছ নেতা তথা ৱাইনাড সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে আজি সমষ্টিটোৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। এল ডি এফৰ প্রক্ষেপিত প্রার্থী চি পি আইৰ এন্নী বাজায়েও আজি মনোনয়ন দাখিল কৰিব। আনহাতে এন ডি এৰ প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কাইলৈ মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত ইউ ডি এফ, এল ডি এ...