April 21, 2024 2:13 PM

views 51

২০২৪ বৰ্ষৰ জুনত হবলগীয়া নেটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৪ বৰ্ষৰ জুনত হবলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা ইউ জি চি নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া ১০ মে'লৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাছুল জমা কৰাৰ বাবে ১২ মে' অন্তিম দিন ধাৰ্য্য কৰা হৈছে। নেট...

April 21, 2024 1:21 PM

views 49

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ ৫ টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্...

April 21, 2024 1:14 PM

views 47

এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাৰ প্ৰৱেশ

ভাৰতৰ ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাই কিৰ্গীস্তানৰ বিছকেকত অনুষ্ঠিত এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফোগাটে কালি ৫০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ লৌৰা গানিকীজিক ১০-০ ফলাফলত পৰাস্ত কৰে। একেদৰে অংশু...

April 21, 2024 1:09 PM

views 77

২৬ এপ্ৰিল আৰু ৭ মে’ত দুপৰীয়া ১.২০ মিনিট আৰু সন্ধিয়া ৭ .২০ মিনিটত  আকাশবাণী গুৱাহাটীৰ বিশেষ নিৰ্বাচনী অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্ব...

April 21, 2024 1:02 PM

views 41

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী...

April 21, 2024 12:56 PM

views 48

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু -কলকাতা নাইটৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি চাৰে ৩ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, সন্ধিয়া চাৰে ৭ বজাত চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি হ'ব...

April 21, 2024 12:49 PM

views 62

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। ৰে'ল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়ো...

April 21, 2024 12:18 PM

views 34

হাৰিয়ানাৰ গুৰুগ্ৰামত দেৱাল ভাগি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু

হাৰিয়ানাৰ গুৰুগ্ৰামৰ অৰ্জুন নগৰ অঞ্চলত এখন শ্মশানৰ দেৱাল ভাগি পৰাৰ ফলত এজনী ছোৱালীকে ধৰি চাৰিজন লোকৰ মৃত্যু হয়। এই দেৱালখন ভাগি পৰাৰ ফলত দুটি শিশু আৰু চাৰিজন লোক ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ লোককেইজনক উদ্ধাৰৰ কৰাৰ বাবে চলায় যদিও এটি শিশু আৰু তিনিজন লোক উদ্ধা...

April 21, 2024 12:13 PM

views 56

বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম ...

April 21, 2024 12:06 PM

views 44

বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগে। এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত কেন্দ্ৰীয় সংস্থাসমূহৰ অপপ্ৰয়োগ...