August 9, 2024 8:38 PM

views 25

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী

ভাৰত ত্যাগ আন্দোলনৰ আজি ৮১ সংখ্যক বাৰ্ষিকী। ১৯৪২ চনৰ ৯ আগষ্টত এই আন্দোলন আৰম্ভ কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ বার্ষিকী উপলক্ষে প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে প্রধানমন্ত্ৰীয়ে ভাৰত...

August 9, 2024 8:37 PM

views 35

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ টিমোৰ লেষ্ট অভিমুখে ৰাওনা

ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমোৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুর্মু কাইলৈ পুৱাৰ ভাগত টিমোৰ লেষ্টৰ ৰাজধানী ডিলিত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব।

August 9, 2024 8:33 PM

views 47

ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে সমিতি গঠন

কেন্দ্ৰীয় চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে এখন কমিটি গঠন কৰিছে। এই কমিটিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা সংখ্যালঘু সম্প্রদায়ৰ লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব। সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টার্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চা...

August 9, 2024 8:28 PM

views 52

উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ৰ বিষয়ে কৰা অসংসদীয় মন্তব্যক শাসকীয় পক্ষৰ নিন্দাসূচক প্ৰস্তাৱ

ৰাজ্যসভাত আজি শাসকীয় পক্ষই উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ব বিষয়ে কৰা অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কবে। সদনৰ নেতা তথা কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ কয় যে বিৰোধী পক্ষৰ মন্তব্য অসংসদীয় আৰু...

August 9, 2024 8:26 PM

views 39

সংসদৰ উভয় সদনৰ কাম-কাজ অনির্দিষ্ট কালৰ বাবে স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ আজি অনির্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ১১৫ ঘণ্টা ধৰি চলা এই অধিবেশনৰ সময়ছোৱাত ১৫খন বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২৩ জুলাইত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল আৰু বাজেটক লৈ সদনত ২৭ ঘণ্টা আৰ...

August 9, 2024 8:23 PM

views 24

বৰপেটা মহাবিদ্যালয়ত অসম চৰকাৰৰ নিযুত মইনা আঁচনি মুকলি

বৰপেটা জিলাৰ বৰপেটা মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ নিযুত মইনা আঁচনিখন মুকলি কৰা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গার্গ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই আঁচনিৰ অধীনত জিলাখনত সামৰি ল'বলগীয়া ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় ১৪হাজাৰ। ইতিমধ্যে তেওঁলোকৰ মাজত প্ৰ-পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্...

August 9, 2024 8:18 PM

views 37

অসম-মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। ইতিমধ্যে ৰাজ্যখনত গৈ উপস্থিত হোৱা অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোক আইজল বিমান বন্দৰত মিজোৰামৰ গৃহ সচিবে আদৰণি জনায়। ৰাজ্যখনৰ গৃহ বিভাগে ...

August 9, 2024 8:14 PM

views 46

মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰ লোককল্যাণ ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শর্মাই কেবিনেট সিদ্ধান্ত সন্দৰ্ভত কয় যে বিটিআৰত নতুনকৈ ১৬খন গাওঁ অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে বিটিআৰত ৪০খনতকৈও অধিক গাওঁ অন্তর্ভুক্ত ক...

August 9, 2024 8:04 PM

views 36

আপ নেতা মনীষ চিচডিয়াৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি আম আদমী পাৰ্টীৰ নেতা মনীষ চিচডিয়াক আবকাৰী নীতি অনিয়মৰ গোচৰত জামিন মঞ্জুৰ কৰে। উচ্চতম ন্যায়ালয়ে কৈছে যে চিচডিয়া ১৭ মাহধৰি জিম্মাত আছিল। বিধিবলবৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দুয়োটা গোচৰতে শ্ৰী চিচ'ডিয়াৰ জামিন মঞ্জুৰ হৈছে।

August 9, 2024 7:58 PM

views 40

ৰাছিয়াৰ সশস্ত্ৰ সেনাত ভাৰতীয় সেনাৰ নিয়োগ সন্দৰ্ভত মন্ত্ৰী ড০ এছ জয়শংকৰৰ লোকসভাত মন্তব্য

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ৰাছিয়াৰ সশস্ত্ৰ সেনাত ৯১ গৰাকী ভাৰতীয় নিয়োগ কৰা হৈছিল। লোকসভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৬০ এছ জয়শংকৰে কয় যে ইয়াৰে দুর্ভাগ্যজনকভাৱে ৮গৰাকী ভাৰতীয় জোৱানৰ মৃত্যু হৈছে আৰু ১৪ গৰাকীক অব্যাহতি দিয়া হৈছে। ৬৯গৰাকী ভাৰতীয় জোৱানে ৰাছিয়াৰ সেনাৰ পৰা...