March 2, 2025 12:49 PM

views 86

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰত কাৰ্যকৰী  হৈ উঠিব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টার্মিনেলে অসমৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমান বন্দৰৰ প্ৰকল্পটোৰ ন...

March 2, 2025 12:41 PM

views 20

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ চতুর্থ মৃত্যু বার্ষিকী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশিষ্ট বাঁহীবাদক, লোকসংগীতৰ সাধক প্রভাত শৰ্মাৰ চতুর্থ মৃত্যু বার্ষিকী পালন কৰা হৈছে। ২০২১ চনৰ ২ মাৰ্চত ৰাজ্য চৰকাৰৰ তথ্য আৰু সংযোগ বিভাগৰ প্ৰাক্তন ষ্টাফ আর্টিষ্ট প্রভাত শৰ্মাৰ মৃত্যু হৈছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰিছিল। ত...

March 2, 2025 12:35 PM

views 62

আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্রোতাৰ চিন্তা আৰু ৰুচিক খোৰাক যোগাই আহিছে: সাংবাদিক নিতুমণি শ‍ইকীয়া

আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্রোতাৰ চিন্তা আৰু ৰুচিক খোৰাক যোগাই আহিছে। স্বকীয় ধাৰা বজাই ৰাখি অথচ পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনৰ সৈতে ৰজিতা খুৱাই কিছু নতুনত্বৰ সংযোজনেৰে আকাশবাণী শ্রোতাৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত টেলিভিশ্বন চেনেল ...

March 2, 2025 12:27 PM

views 38

আমেৰিকাৰ প্রকল্প বিশেষজ্ঞ হিচাপে কৰ্মৰত অসমৰ আয়ুস্মিতা ডেকাক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে মত বিনিময়

আমেৰিকাৰ AVIATION AT CORGAN IN CORPORTION-ত প্রকল্প বিশেষজ্ঞ হিচাপে কৰ্মৰত অসমৰ জীয়ৰী আয়ুস্মিতা ডেকাক কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ বাসভৱনলৈ আমন্ত্ৰণ কৰি মত বিনিময় কৰে। আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আয়ুস্মিতা ডেকাৰ সৈতে প্রধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ...

March 2, 2025 12:23 PM

views 54

এডভান্টেজ আছামৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাত আয়োজিত প্রদর্শনীৰ সামৰণি

এডভান্টেজ আছামৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত প্রদর্শনীখনৰ কালি সামৰণি পৰে। সন্মিলনৰ সামৰণিৰ পাছত ৰাইজৰ বাবে মুকলি কৰি দিয়া এই প্রদর্শনীত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ থলুৱা ষ্টার্টআপ আৰু উদ্যোগ  প্রতিষ্ঠানসমূহৰ উৎপাদিত সামগ্ৰী আৰু ক...

March 2, 2025 12:19 PM

views 36

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় হিলাল সমিতিৰ তথ্য অনুসৰি আজি প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ৩০ মিনিট, ইফতাৰৰ সময় আবেলি ৫ বাজি ২৫ মিনিট, মৰিগাঁও আৰু জাগীৰোডৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৭ মিনিট, ইফতাবৰ সময় আবেলি ৫ বাজি ২২ মিনিট, নগাঁও আ...

March 2, 2025 12:15 PM

views 89

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে’ল পথৰ চূড়ান্ত জৰীপ সম্পূৰ্ণ

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে'ল পথৰ চূড়ান্ত জৰীপৰ কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ বিশদ প্ৰকল্প প্রতিবেদন দাখিল কৰা হৈছে। এতিয়া নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ৰে'ল পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। ৰে'ল বিভাগে প্ৰকাশ ক...

March 2, 2025 12:12 PM

views 61

অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত লোকসেৱা ভৱনত বিত্তমন্ত্রী অজন্ত নেওগসহ বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে কালি হোৱা আলোচনাত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমে এই বছৰ ...

March 2, 2025 12:09 PM

views 81

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ’ব

৯ দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট উত্থাপন কৰিব। ১১ আৰু ১২ মা...

March 2, 2025 12:06 PM

views 75

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীৰ ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ যুকি ভান্ত্ৰি আৰু অষ্ট্ৰেলিয়াৰ এলেক্সি প’পিৰিনৰ যুটীটোৱে ডুবাই টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুটীটোৱে যোৱা নিশা ফাইনেলত ফিনলেণ্ডৰ হেৰি হেলিয়োভাৰা আৰু ব্ৰিটেইনৰ হেনৰি পেটেনৰ যুটীটোক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। এয়া হৈছে মুকি ভান্ত্ৰিৰ এ টি পি ডাব...