◊ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৱে বাৰ্ষিক অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান, প্রশাসনিক সচিব, উপ-আয়ুক্ত আৰু আন বিভাগসমূহৰ মুৰব্বী, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, দূৰসংযোগ সেৱা প্ৰদানকাৰী সংস্থা আৰু দুৰ্য্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছে। মুখ্য সচিবগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, পেহেলগাম আৰু বালটাল পথ দুটাৰ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সংস্থাৰ সৈতে আলোচনা কৰিছে।
Assamese | April 2, 2024 7:02 PM | Amarnath Yatra | India | Jammu | jammu&kashmir
অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক