April 15, 2025 1:17 PM

views 32

মেঘালয়ৰ তিৱা জনগোষ্ঠীৰ লোকসকলে ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ছগ্ৰা উৎসৱ পালন কৰিব

মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ছগ্ৰা উৎসৱ অহা ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ পালন কৰিব। উল্লেখযোগ্য যে সুদীর্ঘ ২৫ বছৰৰ পাছত এইবেলি মেঘালয়ৰ লুম্ফৈ গাঁৱত লুপ্ত পাবলৈ ধৰা বসন্ত উৎসৱ ছগ্ৰা পালন কৰা হ'ব। জাগীৰোডৰ গোভা দেওৰজা দীপ সিং দেওৰজাৰ অনুমতি লৈ এই উৎসৱ পালন কৰিবলৈ লোৱা ...

April 15, 2025 1:09 PM

views 47

বহাগৰ পহিলা দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন

বহাগৰ পহিলা দিনটোত আজি পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশিস লৈছে। বিভিন্ন ঠাইত...

April 15, 2025 12:50 PM

views 42

পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলত মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ

পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলখনত আজি মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন উত্তৰ প্ৰদেশৰ ঝাঁচিত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে বিয়লি ৫ বজাত চেম্পিয়নশ্বিপৰ তৃতীয় আৰু চতুর্থ স্থান নিৰ্ধাৰণকাৰী খেলখনত আয়োজক উত্তৰ প্ৰদেশ মণিপুৰৰ সন্মুখীন হ...

April 15, 2025 12:46 PM

views 38

লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হাহাকাৰ পৰিস্থিতি

লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। হাস্পতালখনৰ দ্বিতীয় মহলাত আকস্মিকভাৱে জুই লগাত ৰোগী আৰু কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো বাহন হাস্পতালখনত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। প্ৰশাসনৰ তৎপ...

April 15, 2025 2:43 PM

views 54

ৱাকফ সংশোধনী আইন ২০২৫ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত ঘটনাৰ তদন্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন দাখিল

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাক্‌ফ সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ বিজেপিয়ে ৰাজ্যপাল ড০ চি ভি আনন্দ বসুক আহ্বান জনাইছে। ৰাজ্যপালগৰাকীলৈ লিখা এখন পত্ৰত ৰাজ্যিক সভাপতি ড০ সুকান্ত মজুমদাৰে ঘটনা সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰি তাৎক্ষণিক ব্যৱস...

April 15, 2025 12:33 PM

views 40

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ ধাৰাবাহিকতাৰ অৱশেষত অন্ত পৰিছে। ক্রমাগত ৫ খন খেলত পৰাজিত হোৱা দলটো কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৫ উইকেটত জয়ী হয়। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৭ ৰ...

April 15, 2025 12:28 PM

views 27

সংবিধানে বিভিন্ন সময়ত দেশখনক শক্তিশালী, সুস্থিৰ আৰু ঐক্যবদ্ধ কৰাৰ ভূমিকা পালন কৰি আহিছেঃ ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই কয়, যে দেশৰ সংবিধানে বিভিন্ন সময়ত দেশখনক শক্তিশালী, সুস্থিৰ আৰু ঐক্যবদ্ধ কৰাৰ ভূমিকা পালন কৰি আহিছে। কালি নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আয়োজিত প্রথম ড০ আম্বেদকাৰ সোঁৱৰণী বক্তৃতাত এই কথা প্ৰকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয়, যে বিগত বৰ্ষ...

April 14, 2025 8:18 PM

views 20

আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সীমান্তৰেখাৰ সমীপত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এখন জাহাজ জব্দ কৰে

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাদৰ সৈতে চলোৱা এটা গুৰুত্বপূৰ্ণ মাদক দ্রব্য বিৰোধী অভিযানত ১৮০০ কোটি টকা মূল্যৰ ৩শ কেজিৰো অধিক মেথামফেটামাইন জব্দ কৰে। উপকূলৰক্ষী বাহিনীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই যোৱা নিশা আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সীমান্তৰেখাৰ সমীপত এখন জাহাজ জব্...

April 14, 2025 8:15 PM

views 41

জনপ্ৰিয় গায়িকা কেটি পেৰিকে ধৰি ছজনীয়া মহিলাৰ এটা দলক মহাকাশ কোম্পানী ব্লু অৰিজিনৰ ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ উৰ্ধতন সীমালৈ যাত্ৰা কৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়িকা কেটি পেৰিকে ধৰি ছজনীয়া মহিলাৰ এটা দল আজি এমাজনৰ স্বত্তাধিকাৰী জেফ বেজোছৰ মহাকাশ কোম্পানী ব্লু অৰিজিনৰ এটা ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ উৰ্ধতন সীমালৈ যাত্ৰা কৰিব। দলটোত থকা আন আন সদস্যসকল হৈছে টেলিভিশ্বনৰ পৰিবেশিকা গেইল কিং, ছবি প্রযোজক কেৰিয়েন ফ্লিন, প্রাক্তন না...

April 14, 2025 8:12 PM

views 39

খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি কৰে। এই উপলক্ষে আজি পাটনাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৪ৰ পৰা ১৫ মেলৈ বিহাৰৰ ভিন ভিন চহৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া স...