April 22, 2025 9:00 PM

views 45

ধেমাজিত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত ৰাজহুৱা সভা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত আজি ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ প্ৰাক্তন খেলুৱৈ, প্ৰশিক্ষক তথা ক্ৰীড়া অনুৰাগীসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ খেলুৱৈসকলৰ প্রতিভা বিকাশৰ ...

April 22, 2025 8:56 PM

views 62

কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। জ্ঞানপীঠ বঁটা বিজয়ী, পদ্মভূষণ সন্মানেৰে সন্মানিত . তেলেগু ভাষাৰ বিখ্যাত কবি, সাহিত্যিক ড০ চি নাৰায়ণ ৰেড্ডীৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটা লাভ কৰা নীলিম কুমাৰ প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে জ্ঞা...

April 22, 2025 8:53 PM

views 36

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে প্ৰচাৰ সভা, ৰেলী আদিৰ আয়োজন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী তথা বিজেপি...

April 22, 2025 8:32 PM

views 40

শ্ৰমিকৰ বাবে গ্ৰীষ্ম প্ৰৱাহৰ পৰা ৰক্ষা সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ কেন্দ্ৰৰ পৰামৰ্শ

কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলক গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতি পৰামৰ্শাৱলী জাৰি কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই কয়, যে শ্ৰম আৰু নিয়োগ মন্ত্ৰ্য...

April 22, 2025 8:28 PM

views 323

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে। ১৯৬৯ চনত ইউনেস্ক' সন্মিলনত গ্ৰহণ কৰা পৰামৰ্শ অনুসৰি ১৯৭০ চনৰ পৰা আজিৰ দিনটোতে এই দিৱস পালন ...

April 22, 2025 8:24 PM

views 56

নেচনেল হেল্ড গোচৰক লৈ কংগ্ৰেছক বিজেপিৰ তীব্র সমালোচনা

বিজেপিয়ে নেচনেল হেল্ড গোচৰক লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র নলিন কোহলীয়ে কয়, যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অলপতে নির্বাচন আয়োগ আৰু নিৰ্বাচনৰ পৰিচালনা সন্দৰ্ভত কৰা মন্তব্যই দলটোৱে যে নেচনেল হেল্ড গোচৰৰ পৰা নিজকে আঁতৰাই ৰ...

April 22, 2025 8:20 PM

views 22

জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাষণ

ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্বমূলক বাণিজ্যিক সম্পৰ্কৰ ওপৰত শতিকাটোৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে বুলি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে মন্তব্য কৰিছে। তেওঁ কয়, যে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক আলোচনাৰ বাবে আনুষ্ঠানিকভাৱে চৰ্ত চূড়ান্ত কৰিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ পৰিকল্পনা প্রস্তুত কৰা হৈছে। জয...

April 22, 2025 8:17 PM

views 46

অহা শনিবাৰে পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া অহা শনিবাৰে সম্পন্ন কৰা হ'ব। ৰোমৰ বেচিলিকা অৱ মেৰী মেজৰ গীৰ্জাঘৰত অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব। বিশ্বৰ ভালেমান নেতা আৰু বিদেশী ৰাষ্ট্ৰৰ বিশিষ্ট ব্যক্তিয়ে পোপগৰাকীৰ অন্ত্যেষ্টিক্রিয়াত অংশগ্ৰহণ কৰিব। ১২ বছৰীয়া পোপৰ পদবীত থকা কালছোৱাৰ তেওঁৰ বাসগৃহ ছে...

April 22, 2025 8:13 PM

views 36

পহলগামত অচিনাক্ত সন্ত্রাসবাদীৰ আক্ৰমণত কেইবাগৰাকী পৰ্যটকৰ হতাহত

জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত আজি অচিনাক্ত সন্ত্রাসবাদীৰ এটা গোটে পৰ্য্যটকৰ ওপৰত আক্ৰমণ চলায়। শ্ৰীনগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগৰ পহলগামৰ বেইচৰণ বনাঞ্চলত এই আক্রমণ সংঘটিত হয়। আক্রমণত কেইজনমান পৰ্য্যটক আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে আক্ৰমণত কিমানজন লোক আহত হৈছে, সেই বিষয়ে থি...

April 22, 2025 8:08 PM

views 49

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে। আয়োগে নিযুক্তিৰ বাবে এহেজাৰ ৯ গৰাকী পৰীক্ষাৰ্থীৰ নামৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰে ভিতৰত ৭২৫ গৰাকী পুৰুষ আৰু ২৮৪ গৰাকী মহিলা আছে। শীৰ্ষৰ ৫ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ গৰাকী পুৰুষ আছে। শক্তি ডুবেই ২০২৪ বৰ্ষৰ...