April 27, 2025 10:44 AM

views 24

নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্রেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বাধা আৰোপ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্রেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ তথা আগতীয়াকৈ ৰাজহুৱা কৰাৰ লগতে ছীল ভঙাৰ অভিযোগত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিদ্যালয়সমূহত ২০২৫-২৬ ...

April 26, 2025 9:31 PM

views 41

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আজি পুৱাৰ ভাগত প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ হয়। এই কাৰ্যসূচীত ২,৫০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মুঠ ১০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে ভৱিষ্যতত ব্...

April 26, 2025 9:28 PM

views 50

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যুৎ উৎপাদন বৃদ্ধি পালে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ...

April 26, 2025 9:25 PM

views 47

কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠ পোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বেলি ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ৫ টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখপাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে ৫০ গৰাকীকৈ যাত্ৰীৰ মুঠ ১০ টা...

April 26, 2025 9:18 PM

views 42

বিমান সংস্থাসমূহক কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ

চৰকাৰে বিমান সংস্থাসমূহক যাত্ৰী নিৰাপত্তা, সুৰক্ষা তথা যাত্ৰাৰ সূচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত কিছু স্থানত আন্তঃৰাষ্ট্ৰীয় বিমান পথ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপিত হোৱাৰ বাবে কেইবাখনো...

April 26, 2025 9:15 PM

views 41

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৰ আহ্বান

কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী কে ৰাম মোহন নায়ডুৱে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনাইছে। বিশাখাপট্টনমৰ সাগৰমালা প্ৰেক্ষাগৃহত আজি আয়োজিত ৰোজগাৰ মেলাত ২৫০ গৰাকী নৱনিযুক্ত প্রার্থীক উদ্দেশ্যি ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ নৱনিযুক...

April 26, 2025 9:11 PM

views 47

পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্রপ্রধানসহ ২.৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰ...

April 26, 2025 9:05 PM

views 46

বজালীৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন

বজালী জিলাৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য আজি অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে অংশগ্ৰহণ কৰে। শুকুৰবাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা শ্ৰীপদ চৌধুৰীৰ মৃতদেহ মাজনিশা স্বগৃহলৈ অনা...

April 26, 2025 8:59 PM

views 48

গুৱাহাটী চিটী ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা

গুৱাহাটী চিটী ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। মহানগৰীৰ গড়চুকত থকা কাজিৰঙা ইংলিছ একাডেমীৰ চৌহদত উন্নতমানৰ ফুটবল একাডেমীটো গঠন কৰা হ’ব বুলি ক্লাব কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। একাডেমীটোত ছাত্র-ছাত্রীসকলে একেলগে একেটা চৌহদত চি বি এছ ই পাঠক্রমৰ অধীনত শিক্ষ...

April 26, 2025 8:34 PM

views 44

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত আজি ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ সামাজিক সেৱা কাৰ্যসূচীৰ অধীনত বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। লেপ্ৰছকপিক আৰু সাধাৰণ শল্য চিকিৎসা শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়। জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক আৰু জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চা...