December 13, 2025 9:29 PM

views 29

হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত

হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আদালতৰ চৌহদত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এই আদালতৰ জৰিয়তে ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয়, ন্যায়াধীকৰণ, ৰাজহ সম্পৰ্কীয় গোচৰকে ধৰি ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰৰ ব্যয়হীন খৰতকীয়া নিষ্...

December 13, 2025 9:27 PM

views 35

গোৱালপাৰা জিলাৰ চামাগুৰিত অনুষ্ঠিত চতুৰ্থ বাংগালা তথা উপদ বিল উৎসৱৰ সামৰণি

গোৱালপাৰা জিলাৰ চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ বাংগালা তথা উপদ বিল উৎসৱৰ আজি সামৰণি পৰে। আজি নিশা ৱাংগালা নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পিছত এই উৎসৱৰ অন্ত পৰে। জিলাখনৰ অন্যতম পর্যটনস্থলী উপদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লগতে গাৰো জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক...

December 13, 2025 9:26 PM

views 23

অৰুণাচলৰ আনজাও জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ আইনী প্ৰক্ৰিয়াৰে অসম চৰকাৰৰ বিষয়াক হস্তান্তৰ

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ আজি অৰুণাচল চৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰৰ বিষয়াসকলক হস্তান্তৰ কৰে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত সকলো আনুষ্ঠানিক প্রক্রিয়া সম্পূৰ্ণ কৰাৰ পাছত মৃতদেহসমূহ পৰিয়ালক চমজাই দিয়া হয়। মন্ত্ৰী বিমল বৰাৰ লগতে স...

December 13, 2025 9:24 PM

views 40

গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকসকলৰ সংস্থা সঞ্জীৱনীৰ সহযোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। মেডিচিন, ই এন টি, চকুৰোগ, প্রসূতি, শিশুৰোগ, চৰ্মৰোগ, গেষ্টল’জি আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে এই শিবিৰত স্ব...

December 13, 2025 9:23 PM

views 30

ধিং ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত অহা ১৬ ডিচেম্বৰত নগাওঁ জিলা প্রশাসনৰ উচ্ছেদ অভিযান

নগাওঁ জিলা প্রশাসনে অহা ১৬ ডিচেম্বৰত ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই আজি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটগুৰি, ৰৌমাৰী বিল, ম...

December 13, 2025 9:22 PM

views 24

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত সত্যম তালুকদাৰ নামৰ যুৱকক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ অপৰাধ শাখাই সত্যম তালুকদাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চাইবাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰৰ পৰা অভিযুক্ত তালুকদাৰক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লেবৰেটৰী ট...

December 13, 2025 9:21 PM

views 54

গুৱাহাটীৰ চানমাৰিত চতুৰ্থ সমবায় মেলা উদ্বোধন কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষাণ পাল গুৰ্জ্জৰৰ

কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষাণ পাল গুৰ্জ্জৰে আজি গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লগতে ২০৪৭ চনৰ ভিতৰত দেশখনক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমবায় সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কেন্দ্ৰীয...

December 13, 2025 9:18 PM

views 32

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ

নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্রীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্রামৰ ৪০ বছৰীয়া এগৰাকী মহিলাক CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে ২০০৭ চনত চিকিৎ‍সাৰ বাবে আহি শ্রীভূমিৰ এজন ব্যক্তিৰ সৈত...

December 13, 2025 9:16 PM

views 29

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে আজি ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দ্ৰ শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পৰ্শকাতৰ নথিপত্ৰ আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে...

December 13, 2025 9:15 PM

views 36

অহা ২১ ডিচেম্বৰত নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২১ ডিচেম্বৰত নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অসমলৈ আহিব। প্রধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে সুৰক্ষাকে ধৰি সকলোবোৰ দিশৰ বিশেষ তদাৰক কৰাৰ লগতে অলপতে ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পর্ক বুজ লয়। ...