December 22, 2025 9:53 PM

views 30

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত

■ প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমিত আজি বঙালী পৰিষদৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনত দীপু দাস নামৰ লোকজনৰ নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি...

December 22, 2025 8:13 PM

views 52

মুৰ্ছিদাবাদৰ ভৰতপুৰৰ তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে জনতা উন্নয়ন দল নামেৰে নতুন ৰাজনৈতিকক দল গঠন কৰিছে

মুৰ্ছিদাবাদৰ ভৰতপুৰৰ তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে জনতা উন্নয়ন দল নামেৰে এটা নতুন ৰাজনৈতিকক দল গঠন কৰিছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জী এসময়ৰ ঘণিষ্ঠ বুলি জনাজাত তৃণমূল কংগ্ৰেছৰ এই প্রাক্তন বিধায়কজনে মুর্চিদাবাদ জিলাৰ বেলদাংগাত বাবৰি মছদিজ নিৰ্মাণৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ঘোষণা ক...

December 22, 2025 10:09 PM

views 50

ধেমাজিৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়

ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত হোৱা এই খেলসমূহত মুঠ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেল মহোৎসৱৰ চূড়ান্ত খেলত দৌৰ, কাবাদী, দবা আৰু ভলীবল প্ৰতিযোগিতাত বাচনি লাভ কৰা খেলুৱ...

December 22, 2025 10:05 PM

views 57

সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

ভাৰতৰ বিশিষ্ট তথা সমগ্ৰ বিশ্বতে স্বীকৃত এগৰাকী গণিতজ্ঞ শ্রীনিবাস ৰামানুজনৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হৈছে। বৈজ্ঞানিক প্ৰগতি আৰু দৈনন্দিন জীৱন যাত্ৰাত গণিতৰ গুৰুত্বৰ দিশটোত আলোকপাত কৰি শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আৰু শৈক্ষিক মঞ্চসমূহত গণিতৰ এই দিৱস ব্যাপকভাৱ...

December 22, 2025 9:00 PM

views 73

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্রহণ কৰা হয়। আজি শুনানিত আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বাক্সাৰ জিলা কাৰাগাৰৰ পৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ লগতে হাফলং...

December 22, 2025 7:49 PM

views 51

কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ স্বীকৃতি

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি কৈছে যে, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টো স্বীকৃতি দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰকে ধৰ...

December 22, 2025 9:49 PM

views 70

বজালী জিলাৰ মহিলা উদ্যোগীসকলক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বজালী জিলাৰ মহিলা উদ্যোগীসকলক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা অভিযানৰ অধীনত ২৬ হাজাৰ ৩২৫ গৰাকী আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অ...

December 22, 2025 7:44 PM

views 78

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখ...

December 22, 2025 8:43 PM

views 45

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নির্মীয়মান প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নির্মীয়মান প্রকল্পস্থলী আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলীও পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট সকলক এই প্ৰকল্পৰ চূড়া...

December 22, 2025 10:15 PM

views 53

বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্রী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি দ্বিতীয় খণ্ডত আজি মন্ত্রী পীযূষ হাজৰিকাই বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটো ৪০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, কাছাৰ জিলা বিজে...