November 17, 2025 1:06 PM

views 68

লণ্ডন সংগ্ৰহালয় কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে কথা প্রকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত...

November 17, 2025 5:51 PM

views 95

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্...

November 16, 2025 8:50 PM

views 52

যুৱক-যুবতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আলোকপাত

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুবতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। নতুন দিল্লীত ২০২৪ বৰ্ষৰ মনোৰমা নিউজমেকাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সাংবাদিকতাই কণ্ঠহীনসকলক কণ্ঠ দান কৰাৰ...

November 16, 2025 8:47 PM

views 56

বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতৰ চাৰিওগৰাকী বক্সাৰৰ ছেমি ফাইনেললৈ অগ্রগতি

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাঠিক স্পোর্টছ কমপ্লেক্সত অনুষ্ঠিত বর্ল্ড বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ প্ৰথম দিনা ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। ভাৰতৰ চাৰিওগৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেললৈ অগ্রগতি লাভ কৰিছে। মহিলাৰ ৪৯ কিলোগ্রাম আৰু ৫৮ কিলোগ্রাম শাখাত মিনাক্ষী আৰু প্রীতিয়ে কাজাখস্...

November 16, 2025 8:44 PM

views 46

কলকাতা অনুষ্ঠিত টেষ্ট ক্রিকেটৰ প্ৰথমখন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৩০ ৰানত পৰাজিত কৰে

কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত টেষ্ট ক্রিকেটৰ প্ৰথমখন খেলত আজি দক্ষিণ আফ্রিকাই ভাৰতক ৩০ ৰানত পৰাজিত কৰে। দক্ষিণ আফ্রিকাই বান্ধি দিয়া ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতে আজি দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৯৩ ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ অধিনায়ক শুভমন গীলে কালিৰ খেলত দিণ্ডিত আঘাত পোৱাৰ বাবে তে...

November 16, 2025 8:41 PM

views 48

টকিঅত অনুষ্ঠিত ডীফ অলিম্পিকত ভাৰতৰ ধনুষ শ্রীকান্তৰ এয়াৰ ৰাইফলত সোণৰ পদক অর্জন

টকিঅত অনুষ্ঠিত চলিত বৰ্ষৰ ডীফ অলিম্পিকত ভাৰতৰ ধনুষ শ্রীকান্তে এয়াৰ ৰাইফলত সোণৰ পদক অর্জন কৰি ২৫২.২ পইণ্টেৰে বিশ্ব অভিলেখৰ সৃষ্টি কৰে। আন এগৰাকী ভাৰতীয় মহম্মদ বানিয়াই ২৫০.১ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি প্ৰথম দুয়োটা পদক ভাৰতৰ হৈ দখল কৰে। আনহাতে মহিলাৰ এয়াৰ ৰাইফল শাখাত মোহিত সান্ধু আৰু কুনাল ৱাঘমাৰে ...

November 16, 2025 8:32 PM

views 64

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰুদ্ধে মানবতা বিৰোধী গোচৰ সংক্ৰান্তত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানবতা বিৰোধী গোচৰ সংক্ৰান্তত কাইলৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ দিন নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কট...

November 16, 2025 8:27 PM

views 55

নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ

কর্পোৰেট পৰিক্ৰমা ৰাজ্যমন্ত্রী হর্ষ মালহোট্রাই আজি নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ কৰে। সংসদ খেল মহোৎসৱ ২০২৫ৰ অংশৰূপে আয়োজন কৰা এই অনুষ্ঠানত ছহেজাৰৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ কৰা মতে পথ সুৰক্ষা, সুস্বাস্থ্য আৰু যুৱক-যুৱতীৰ অংশগ্রহণক মূল বি...

November 16, 2025 8:16 PM

views 74

দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবৰ মন্তব্য

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে দিৱস উপলক্ষে সংবাদ মাধ্যমক বিশ্বাসযোগ্যতা শক্তিশালী কৰাৰ লগতে ভ...

November 16, 2025 8:12 PM

views 68

দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কালি চুৰাটত দেশৰ প্রথমটো বুলেট ট্রেইন প্রকল্প ৰূপায়ণ কৰি থকা গোটটোৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ পর্যালোচনা কৰি শ্রীমোদীয়ে এইদৰে কয়। তেওঁ ভাৰতৰ মহাকা...