January 4, 2025 11:52 AM

views 23

জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বালতিস্তান, মুজাফৰবাদত আজি আৰু কাইলৈ প্ৰবল বৰষুণ-তুষাৰপাতৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বালতিস্তান আৰু মুজাফৰবাদত আজি আৰু কাইলৈ প্ৰবল বৰষুণ আৰু তুষাৰপাত হ'ব বুলি আগজাননী দিছে। হিমাচল প্ৰদেশৰ বিভিন্ন স্থানতো অহা দুদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱা আছে। আনহাতে পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰাখণ্ডতো পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ...

January 4, 2025 11:50 AM

views 25

গুৱাহাটীত অনুষ্ঠিত আই এছ এল ফুটবল প্ৰতিযোগিতাৰ মোহামেদান স্পৰ্টিং ক্লাব আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ খেল গ’লশূন্যভাৱে ড্ৰ’

গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক্‌ছ ষ্টেডিয়ামত কালি মোহামেদান স্পর্টিং ক্লাব আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলখন গ’লশূন্যভাৱে সমাপ্ত হয়। নৰ্থ-ইষ্ট ইউনাইটেডে সুন্দৰ খেল প্ৰদৰ্শন কৰে যদিও গ'ল দিবলৈ সক্ষম নহ'ল। ভুৱনেশ্বৰত আজি হ'বলগীয়া এখন খেলত ওড়িশা ফ...

January 4, 2025 1:52 AM

views 33

বলিভিয়াত সংঘটিত বনজুই প্রশমিত কৰিবলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰদান

বলিভিয়াত সংঘটিত বনজুই প্রশমিত কৰিবলৈ ভাৰতে দেশখনলৈ মানৱীয় সাহায্য প্ৰদান কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছৱালে কয় যে অগ্নিনির্বাপক বাহিনীৰ সামগ্ৰী, চিকিৎসা কীট, ঔষধ আৰু অন্যান্য উপযোগী সামগ্রী দেশখনলৈ পঠিওৱা হৈছে। এই সাহায্য সামগ্ৰ...

January 4, 2025 1:47 AM

views 60

কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত নতুন উপায় প্ৰৱৰ্তন ভাৰতীয় ৰেল’ৱে

ভাৰতীয় ৰেল'ৱেই মহা কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত এটা নতুন উপায় প্ৰৱৰ্তন কৰিছে। ইয়াৰ অংশ হিচাপে ৰেল'ৱেৰ কৰ্মচাৰীসকলে কিউ আৰ ক'ড থকা সেউজীয়া জেকেট পৰিধান কৰিব। এই ক'ড স্কেন কৰি তেওঁলোকে ডিজিটেল মাধ্যমত টিকট বুক কৰি সময় ৰাহি কৰিব পাৰিব। এই উপায়েৰে মহাকুম্ভৰ সময়ছো...

January 4, 2025 1:45 AM

views 45

পৰীক্ষা-নিৰীক্ষাৰ অন্তত ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ ল’বলৈ সক্ষম বন্দে ভাৰত ৰে’লগাড়ীৰ

যোৱা তিনি দিনত বহুবাৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত বন্দে ভাৰত ৰেলগাড়ীয়ে ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ ল'বলৈ সক্ষম হৈছে। বন্দে ভাৰত ৰেলগাড়ীসমূহ স্বয়ং সম্পূৰ্ণ দুৱাৰ, অত্যাধুনিক সুবিধাযুক্ত দবা আদিৰে বিমানৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভাৰত ৰে'লগাড়ীখনৰ কোটা সংমণ্ডলত কৰা সফল...

January 4, 2025 1:42 AM

views 46

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া অহা দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই পৰ্যায়ত বাংলাদেশত আবদ্ধ হৈ থকা ৯৫গৰাকী ভাৰতীয় আৰু ভাৰতত আবদ্ধ হৈ থকা ৯০গৰাকী বাংলাদেশী মাছমৰীয়াক মুকলি কৰি দিয়া হ'ব। মন্ত্ৰ্যালয়ে কালি প্ৰক...

January 3, 2025 10:17 PM

views 54

গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

  কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী-উত্তৰ লখিমপুৰ জননচৱ. দণ পখটফটান্ট শ...

January 3, 2025 10:10 PM

views 33

দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় ১,৭০০টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰী সকলক বাসগৃহৰ চাবি প্ৰদান কৰে। শ্রীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে...

January 3, 2025 9:53 PM

views 53

 ছাত্ৰ-ছাত্ৰীৰ মাজত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ চাইকেল বিতৰণ

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী...

January 3, 2025 8:20 PM

views 25

১৩ মে’ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচন...