January 15, 2025 10:55 AM

views 78

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম

আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শ...

January 15, 2025 10:50 AM

views 65

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থ...

January 15, 2025 10:47 AM

views 33

যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচি ছাবমেৰিন ৰাষ্ট্ৰৰ নামত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উৎসৰ্গা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত দুখন যুদ্ধ জাহাজ আই এন এছ ছুৰাট আৰু আই এন এছ নীলগিৰিৰ লগতে আই এন এছ বাঘচিৰ নামৰ এখন ছাবমেৰিন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। পোনপ্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতীয় নৌসেনা বাহিনীত একেলগে তিনিখন উচ্চ প্রযুক্তিসম্পন্ন বাহন অন্তৰ্ভুক্ত কৰা হৈছে। সামুদ্ৰিক নিৰাপত্তা আৰু প...

January 15, 2025 10:44 AM

views 30

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম কালি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। নতুন দিল্লীৰ বিমান বন্দৰত কালি তেওঁক বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে আদৰণি জনায়। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া...

January 15, 2025 10:41 AM

views 35

কেৰালাৰ খাদ্য সংসাধন আৰু লজিষ্টিকছ খণ্ডত বিনিয়োগৰ বাবে আৰৱ আমিৰি ৰাষ্ট্ৰৰ আগ্ৰহ প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে কেৰালাই চলাই থকা গুৰুত্বপূৰ্ণ অভিযানে এটা বিশেষ গতি লাভ কৰিছে। ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱৰ নেতৃত্বত ডুবাইলৈ যোৱা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সমাগত ইনভেষ্ট কেৰালা গ্লোবেল ছামিট আই কে জি এছ-ৰ বাবে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শীর্ষস্থানীয় বাণিজ্য আৰু...

January 15, 2025 10:34 AM

views 78

ভাষাৰ অনুবাদ মঞ্চ ভাসিনীৰ জৰিয়তে মহাকুম্ভত ১১টা ভাষাত অনুবাদৰ ব্যৱস্থা

প্ৰয়াগৰাজত মহাকুম্ভ মেলা অব্যাহত আছে। কালি মকৰ সংক্ৰান্তিৰ অমৃতস্নান উপলক্ষে তিনি কোটি পঞ্চাশ লাখৰো অধিক ভক্ত আৰু তীর্থযাত্ৰীয়ে ত্রিবেণী সংগমত পবিত্র স্নান কৰে। আমাৰ সংবাদদাতাই জনাইছে যে বহুভাষিক সুলভতাৰ বাবে ভাসিনী মঞ্চৰ জৰিয়তে বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে মহা কুম্ভত প্রযুক্তিগত সহ...

January 15, 2025 10:31 AM

views 44

ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে ঔদ্যোগিক বৈঠক অনুষ্ঠিত

বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে কালি ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে এখন ঔদ্যোগিক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ভাষণ দি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে এই বৈঠক উদ্যোগমুখী গৱেষণা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিকশিত প্ৰযুক্তিৰ ব...

January 15, 2025 10:23 AM

views 66

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত মহমেদান এছ এচি, চেন্নাই এফ এচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত আজি মহমেদান এছ এচি, চেন্নাই এফ এচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকাতাৰ কিশোৰ ভাৰতী ক্রীড়াংগণত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আই এছ এল-ৰ ৰেংকিং তালিকাত ১৫ খন খেলত লাভ কৰা ১০ পইণ্টেৰে মহম্মেদান এছ এচি দ্বাদশ আৰু ১০ খন খেলত লাভ কৰা ১৬ পইণ্টেৰে চেন্নাইন এফ এচি দশম স্থানত আছ...

January 15, 2025 10:18 AM

views 27

পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণত ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ নাম পঞ্জীয়ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে এই বছৰ অভিলেখ সংখ্যক ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে। নাম পঞ্জীয়ন কৰা সকলৰ ভিতৰত একাংশ বিদেশী শিক্ষার্থীও আছে আৰু ইয়াৰ ফলত এই কাৰ্যসূচীৰ গৰিমা বৃদ্ধি পাইছে। পৰীক্ষা পে...

January 15, 2025 10:16 AM

views 69

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ দেশী-বিদেশী উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই সন্মিলনলৈ আমন্ত্রণ জনায়। এই উদ্দেশে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্...