January 17, 2025 8:12 PM

views 73

দিলীপ শ‍ইকীয়া অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত

অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতি হিচাপে দং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াক নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় নির্বাচনী পর্যৱেক্ষক গজেন্দ্ৰ সিং শেখাৱটে আজি দলৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গুৱাহাটীস্থিত ৰাজ্যিক ...

January 17, 2025 8:09 PM

views 26

ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত ১২ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ বাছাগুড়াত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা গুলীয়াগুলীত ১২ জন মাওবাদী নিহত হয়। এই গুলীয়াগুলীত নিৰাপত্তা বাহিনীৰো তিনিজন জোৱান আহত হয়। বিজাপুৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি দক্ষিণ বিজাপুৰৰ ঘন অৰণ্যত পুৱা প্ৰায় ৯ বজাত তিনিখন জিলাৰ জিলা সংৰক্ষিত বাহিনী, কোৱা বেটে...

January 17, 2025 8:06 PM

views 48

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত সু-ব্যৱস্থা নিশ্চিতকৰণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই মহাকুম্ভৰ পেৰেড গ্ৰাউণ্ডত ১০০ খন বিছনাযুক্ত এখন চিকিৎ‍সালয় গঢ়ি তুলিছে। ইয়াৰ লগতে দেশী-বিদেশী ভক্তসকলৰ সুবিধা হোৱাকৈ মেলা অনুষ্ঠিত হো...

January 17, 2025 8:02 PM

views 57

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সর্ববৃহৎ Globel Mobility Expo অর্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰে। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ উৰ্ধত : ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহ নির্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্যে হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত গ...

January 17, 2025 7:58 PM

views 36

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰে। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্ৰবীন কুমাৰক মেজৰ ধ...

January 17, 2025 11:15 AM

views 59

ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া জিলাকেইখন ক্রমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গু...

January 17, 2025 11:12 AM

views 54

মহিলাৰ ২৩ বছৰ অনুৰ্দ্ধৰ সৰ্বভাৰতীয় টি-২০ ক্রিকেট প্রতিযোগিতাত অসম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমে ত্রিবান্দ্রমত অনুষ্ঠিত মহিলাৰ ২৩ বছৰ অনুৰ্দ্ধৰ সৰ্বভাৰতীয় টি-২০ ক্রিকেট প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ত্রিবান্দ্ৰমৰ ছেইণ্ট জেভিয়াৰ্ছ কে চি এ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত এখন খেলত বিদর্ভক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বিদৰ্ভই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰ...

January 17, 2025 11:06 AM

views 47

অসম প্রদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

অসম প্রদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতিৰ নাম আজি দুপৰীয়া বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। দৰং-ওদালগুৰি জিলাৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি সন্ধিয়া বিজেপিৰ বিদায়ী ৰাজ্যিক সভাপতি ভৱ...

January 17, 2025 11:02 AM

views 25

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ’লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ'লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়, যে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ অধিসূ...

January 17, 2025 10:47 AM

views 52

আই এছ এল ফুটবল প্রতিযোগিতাৰ পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ কালিৰ খেলখন ১-১ গলত ড্র’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি নিশা নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ খেলখন ১-১ গলত ড্র' হয়। প্রতিযোগিতাৰ পইণ্ট তালিকাত মুম্বাই চিটী এফ চি ২৪ পইণ্টেৰে ষষ্ঠ স্থানত আৰু পাঞ্জাৱ এফ চি ২০ পইণ্টেৰে অষ্টম স্থানত আছে। প্রতিযোগিতাত আজি জামছেদপুৰৰ জে আৰ ডি টাটা ...