January 21, 2025 11:59 AM

views 48

ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই : প্ৰশান্ত ফুকন

ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই আৰু বিদ্যুৎ মাছুলৰ পৰা ৰাজ্যৰ ৬০০ কোটি টকা ৰাহি হৈছে বুলি শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে প্ৰকাশ কৰিছে। কালি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰ চৌহদত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে বিভিন্ন প্ৰকাৰে বিদ্যুৎ...

January 21, 2025 11:56 AM

views 43

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত মাহেকীয়া পর্যালোচনা বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত কালি আয়ুক্ত আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কল্যাণমুখী পদক্ষেপসমূহৰ অগ্ৰগতি পর্যালোচনা কৰিবলৈ মাহেকীয়া পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাসমূহত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা ...

January 21, 2025 11:52 AM

views 65

ইণ্ডিয়া লীগ প্রতিযোগিতাত জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱৰ হাতত শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ পৰাস্ত

ৰুৰকেল্লাৰ বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত পুৰুষৰ হকী ইণ্ডিয়া লীগ প্রতিযোগিতাৰ এখন খেলত জে এছ ডব্লিঅ' ছুৰমা হকী ক্লাৱে শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছক ২-১ গ'লত পৰাস্ত কৰে। জে এছ ডব্লিঅ' ছুৰমাৰ হৈ প্রাভজ্যোত সিং আৰু মনিন্দ সঙে গ'ল দিয়ে। ইপিনে যুগৰাজ সিঙে শ্রাচী ৰাড় বেংগল টাইগাৰ্ছৰ হৈ একমাত্...

January 21, 2025 11:31 AM

views 36

আই এছ এলত আজি চেন্নাইয়ান ফুটবল ক্লাব, মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি

চেন্নাইত হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত চেন্নাইয়ান ফুটবল ক্লাবে মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব। চেন্নাইয়ান ফুটবল ক্লাবে ১৬ খন খেল খেলি ১৭ পইণ্টেৰে তালিকাৰ দশম স্থানত আছে। ইপিনে মোহন বাগান ছুপাৰ জায়েণ্ট ৩৬ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। উল্লেখযোগ্য যে আই এ...

January 21, 2025 11:25 AM

views 67

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত মালয়েছিয়াৰ মুখামুখি

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয় সংস্কৰণৰ গ্রুপ-এৰ এখন খেলত আজি, যোৱাবাৰৰ চেম্পিয়ন ভাৰত মালয়েছিয়াৰ মুখামুখি হ'ব। খেলখন দুপৰীয়া কুৱালালামপুৰৰ বেয়ুমাছ অভেল ষ্টেডিয়ামত আৰম্ভ হ'ব। গ্ৰুপ-এৰ আন এখন খেলত ৱেষ্ট ইণ্ডিজে শ্রীলংকা বিৰুদ্ধে খেলিব। খেলখন নিশ...

January 21, 2025 11:21 AM

views 35

গণৰাজ্য দিৱস উপলক্ষে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

জম্মু-কাশ্মীৰত গণৰাজ্য দিৱস উপলক্ষে সন্ত্রাসবাদী কার্যকলাপ ৰোধ কৰাৰ লগতে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানটো উপ- ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ উপস্থিতিত জম্মুৰ মৌলানা আজাদ ষ্টে...

January 21, 2025 11:18 AM

views 28

ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড সাজু

সংবিধান প্ৰণয়ন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰতি বিশেষ গুৰুত্ব দি ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড সাজু কৰা হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ও ছুবিয়ানটোয়ে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নতুন দিল্লীত সংবাদ ...

January 21, 2025 11:15 AM

views 39

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পষ্টত প্ৰধানমন্ত্রী শ্রীমোদীয়ে বিশ্বৰ সুন্দৰ ভৱিষ্যতক গঢ় দিয়াৰ লগতে দেশ দুখনৰ বিকাশ অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে নৱনিৰ্বাচিত ৰ...

January 21, 2025 11:12 AM

views 41

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প শপত গ্রহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাশ্বিংটনত অনুষ্ঠিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প শপত গ্রহণ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত শ্রী জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্রতিনিধি হিচাপে ভাগ লৈছিল। ইয়াৰ পূৰ্বে কালি মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডি চিত থকা ছেইণ্ট জ'নছ চাৰ্চত অনুষ্ঠিত এটা কাৰ্যস...

January 21, 2025 12:14 PM

views 87

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে ড’নাল্ড ট্রাম্পৰ শপত গ্ৰহণ

ড'নাল্ড ট্রাম্পে কালি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰে। ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত ৱাশ্বিংটনৰ কেপিটেল হিলত আমেৰিকাৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে ৭৮ বছৰীয়া ড'নাল্ড জন ট্রাম্পক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। অৱশ্যে বেয়া বতৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত...