December 2, 2025 12:04 PM

views 46

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন

আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বর্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বার্তা প্রকাশ কৰিছে। চ...

December 2, 2025 11:56 AM

views 38

মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত নামিবিয়াক পৰাস্ত কৰি ভাৰতৰ অভিযান আৰম্ভ

মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে ১৩–০ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। চিলিৰ ছাণ্টিয়াগ’ত চলি থকা প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বিজয়েৰে ভাৰতৰ দলটো তালিকাৰ শীৰ্ষক উপনীত হৈছে। দলৰ হৈ হিনা বানু আৰু কনিকা চিৱাছে হেট্ৰিক কৰাৰ ...

December 2, 2025 11:53 AM

views 36

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ উদ্বেগ প্রকাশ কৰি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে বহু দীর্ঘদিনে দেশখনৰ জাতীয় জীৱনলৈ ব...

December 2, 2025 11:50 AM

views 33

ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ

ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কাইলৈ ছুইডেনৰ ষ্টকহ’মত হ'বলগীয়া অনুষ্ঠানত অধ্যক্ষতা কৰিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে সমগ্ৰ বিশ্বত আজি ভাৰত নিৰপেক্...

December 2, 2025 11:47 AM

views 30

অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যা ৮ কোটি ৩৪ লাখৰ সীমা অতিক্ৰম

অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যাই ৮ কোটি ৩৪ লাখৰ সীমা অতিক্ৰম কৰিছে। কালি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা অৱগত কৰে। ইয়াৰে ৪৮ শতাংশই মহিলা আৰু এই পৰিসংখ্যাই সমগ্ৰ দেশৰ মহিলা হিতাধিকাৰীৰ উল্লেখযোগ্য অংশগ্রহণক প্ৰতিফলিত কৰা বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। ২০১৫ চ...

December 2, 2025 11:45 AM

views 60

পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০% গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে

দেশৰ নিৰ্বাচন আয়োগে পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০ শতাংশ গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে। উল্লেখযোগ্য যে, এই বুথসমূহৰ পৰা এখনো সংগ্ৰহ কৰিবলৈ বাকী থকা প্ৰ-পত্ৰৰ প্ৰতিবেদন দিয়া হোৱা নাই, যিটো প্ৰায় অবাস্তৱ। সেয়ে, জিলা নির্বাচনী বিষয়াসকলক আজি পুৱা ১০ বজাৰ ভিতৰত এইক্ষ...

December 2, 2025 11:38 AM

views 41

জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত এন আই এৰ তালাচী অভিযান অব্যাহত

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা- এন আই এয়ে দিল্লী গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। এটা বিবৃতি যোগে এন আই এয়ে জম্মু-কাশ্মীৰৰ ছ’পিয়ান, কুলগাম, পুলৱামা আৰু অৱন্তিপুৰ জিলাৰ মুঠ ৮টা অঞ্চল তথা লক্ষ্ণৌৰ এটা স্থানত কালি অভিযা...

December 2, 2025 11:35 AM

views 53

সাগৰ বন্ধু অভিযানৰ অধীনত ভাৰতে শ্ৰীলংকালৈ সমৰ্থন আগবঢ়াই যাব : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰি সাগৰ বন্ধু অভিযানৰ অধীনত দেশখনলৈ সমৰ্থন আগবঢ়াই যাব বুলি নিশ্চিতি দিছে। শ্রীমোদীয়ে মহাসাগৰ দৃষ্টিভংগীৰ অধীনত ভাৰতে প্ৰথমেই সাহায্য আগবঢ়োৱা ৰাষ্ট্ৰ হিচাপে শ্রীলংকাত বিপদাপন্ন লোকসকলক উদ্...

December 1, 2025 9:37 PM

views 63

ভাৰত বিশ্ব মঞ্চত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে বিশ্ব মঞ্চত ভাৰত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। নতুন দিল্লীত ফুটৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট -এফ ডি ডি আইৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। শ্ৰীমতী মুৰ্মুৱে...

December 1, 2025 9:28 PM

views 46

পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এইপর্যন্ত ২ কোটি ৭২ লাখ হস্তশিল্পী অন্তৰ্ভুক্ত

পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পর্যন্ত ২ কোটি ৭২ লাখ হস্তশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্য মন্ত্ৰী শোভা কন্দলাজে আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ২৩ লাখৰো অধিক হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু ...